“উত্তৰ প্রদেশৰ নয়দাৰ ছেক্টৰ–৪৯ত ৰেভ পার্টীৰ সৈতে জনপ্রিয় ইউটিউবাৰ তথা বিগ বছ খ্যাত এলভিছ যাদৱ সাঙোৰ খোৱাৰ পিছতেই তদন্তকাৰী আৰক্ষীয়ে সাপৰ চোৰাং বেহা আৰু সর্প-বিহক লৈ চলোৱা তদন্তত ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ সাপৰ চোৰাং বেহা আৰু সর্প বিহেৰে ড্রাগ্ছ প্রস্তুত কৰি ইয়াৰ বেহা চলাই থকাৰ বিস্ফোৰক তথ্য তদন্তকাৰী আৰক্ষীয়ে পোহৰলৈ
Author: GTM Desk
কংগ্ৰেছ , অসম জাতীয় পৰিষদৰ দৰে এইবাৰ পদ যাত্ৰা কাৰ্যসূচী হাতত লৈছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে। বিৰোধী ঐক্য মঞ্চত ভাঙুন অনাৰ বাবে বিজেপিয়ে চলোৱা চক্ৰান্তৰ বিৰুদ্ধে ৰাইজক সজাক কৰাৰ উদ্দেশ্যে ৰাইজৰ দলে আৰম্ভ কৰিব পদযাত্ৰা কাৰ্যসূচী। শদিয়াৰ পৰা পদযাত্ৰা কৰিব ৰাইজৰ দলে৷ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ১৫ নৱেম্বৰত শদিয়াৰ
উত্তৰাখণ্ডত চলি থকা মাদ্ৰাছা সন্দৰ্ভত প্ৰতিদিনে কিছু নতুন প্ৰকাশ পোহৰলৈ আহিছে। মাদ্ৰাছাৰ তদন্তৰ সময়ত আকৌ এবাৰ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ সত্য। তথ্য পোহৰলৈ আহিছে যে ৰাজ্যৰ মাদ্ৰাছাত ৭০০ৰো অধিক হিন্দু শিশুৱে ইছলামিক শিক্ষা গ্ৰহণ কৰি আছে। উত্তৰাখণ্ড মাদ্ৰাছা শিক্ষা পৰিষদে এই প্ৰতিবেদন ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগলৈ প্ৰেৰণ কৰিছে। এই
তিনিচুকীয়া জিলাৰ মাকুম চহৰৰ কলাবাৰীত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । কলাবাৰী মছজিদৰ ইমাম তহজিবুল ইছলাম (৫২)ক হত্যাকাৰীয়ে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । জানিব পৰামতে দেওবাৰে পুৱা প্ৰায় ৪-০০ বজাত ইমাম তহজিবুল ইছলামে আজান দিয়াৰ পৰৱৰ্তী সময়ত দোৱা
শণিবাৰে দিনৰ প্ৰায় ১০-৪৫ বজাত ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ভালুকমাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। এখন ট্ৰাকৰ পিছফালে এখন মাৰুতি ভেনে প্ৰচণ্ড জোৰে খুন্দা মৰাত দূৰ্ঘটনাটি সংঘটিত হয়। শোকাৱহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ভেনখনত অহা ৮ গৰাকীকৈ যাত্ৰী। ৰৌতাৰ ভালুকমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখে গৈ