ৰাজ্যত সঘনে উত্থাপন হৈ আহিছে সম্ভ্ৰান্ত ঘৰত বনকৰা যুৱতীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিয্যাটন চলোৱাৰ গুৰুতৰ অভিযোগ। বৃহস্পতিবাৰে পুনৰ তিনিচুকীয়াত তেনে এক ঘটনাৰ পোহৰলৈ আহিছে ৷ তিনিচুকীয়াত এগৰাকী বনকৰা যুৱতীক প্ৰহাৰ কৰাৰ লগতে মানসিক নিয্যাটন চলোৱাৰ অভিযোগত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ তিনিচুকীয়াৰ এগৰাকী চৰকাৰী বিষয়া হিচাপে
Author: GTM Desk
গ্লেমাৰ জগতত চৰ্চাত থাকিবলৈ বিচৰা ব্যক্তিৰ সংখ্যা অগণন। অৱশ্যে কিছুসংখ্যকে চৰ্চাত থাকিবলৈ গ্ৰহণ কৰা পন্থা সৰ্বজন গ্ৰহণযোগ্য নহ’বও পাৰে। গ্লেমাৰ জগতত চুটি পোছাকেৰে চৰ্চাত থাকি ভাল পোৱা উৰ্ফি জাভেদক শেহতীয়াকৈ আটক কৰিছে মুম্বাই আৰক্ষীয়ে। অনুৰাগী গোটোৱাৰ বাবে চুটি পোছাক পিন্ধি ৰাজহুৱা স্থানত ঘূৰি ফুৰা উৰ্ফি জাভেদৰ বাবে তেনেই সাধাৰণ কথা
দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা যুৱকজনৰ ঘৰ তেলেংগানাত । এটা ফিটনেছ চেণ্টাৰত সংঘটিত হ’ল এই ঘটনা । সংকটজনক অৱস্থাত ছাত্ৰজনক চিকিৎসালয়ত ভৰ্তি । জৰ্দান এনৰেড নামৰ এজন ২৪ বছৰীয়া যুৱকে কৰিছিল আক্ৰমণ । পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আক্ৰমণকাৰী জৰ্দানক।
বাইকত অহা দুই দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড । চচলটো সংঘটিত হৈছে অনুৰূপ ঘটনা । পিষ্টল দেখুৱাই চেইন টনাৰ চেষ্টা দুৰ্বৃত্তৰ । মহানগৰীৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ উন্মোচন । স্মাৰ্ট আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন ৰাইজৰ ।
আলফা (স্বা:) কেম্পৰ পৰা পলায়ন কৰি অহা আলফা (স্বা:)ৰ কেডাৰ পলাশ মৰাণৰ আত্মসমৰ্পণ । ফিল’বাৰী আৰক্ষী থানাত, তিনিচুকীয়া জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ আগত আত্মসমৰ্পণ কৰে কেডাৰগৰাকীয়ে । তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ২ নং নলনী গাঁৱত ঘৰ কেডাৰগৰাকীৰ । ২০১৯ চনত আলফা স্বাধীনত যোগদান কৰিছিল পলাশ মৰাণে । আলফা (স্বা:)ৰ শিবিৰৰ পৰা