সোমবাৰে এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে পোনে পোনে কামাখ্যা মন্দিৰত উপস্থিত হৈ পত্নীসহ মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে। জানিব পৰা মতে, অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বৰ্তমান চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহ
Author: GTM Desk
🔷 পত্নী-কন্যাক এৰি আলফা (স্বাঃ)ত যোগদান পলাশ কোঁৱৰ নামৰ যুৱকজনৰ 🔷 ২৪ অক্টোবৰত পূজা চাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল পলাশ 🔷 তাৰ পিছতে ছ’চিয়েল মিডিয়াযোগে আলফা (স্বাঃ)ত যোগদান কৰা বুলি প’ষ্ট পলাশৰ
প্ৰথমবাৰৰ বাবে বাংলাদেশৰ পৰা ভাৰতলৈ চলিল ৰে’ল। সোমবাৰে পৰীক্ষামূলকভাৱে চলে ৰে’লখন। ১ নৱেম্বৰত অনুষ্ঠানিকভাবে আৰম্ভ হ’ব ঢাকা-আগৰতলা ৰে’ল সেৱা।
ভাৰতীয় বায়ু সেনা বাহিনীৰ অসমৰ প্ৰথমজন শীৰ্ষ বিষয়া প্ৰণৱ কুমাৰ বৰবৰা আৰু নাই । চুবুৰীয়া ৰাজ্য মেঘালয়ত জন্মগ্ৰহণ কৰা বায়ু সেনাৰ প্ৰাক্তন এয়াৰ মাৰ্শ্বালগৰাকীয়ে ১৯৭০ চনৰ ১৩ জুনত যুঁজাৰু পাইলট হিচাবে আই এ এফত কমিচন লাভ কৰে ৷ উল্লেখ্য যে, ১৯৫০ চনৰ ১০ ডিচেম্বৰত জন্মগ্ৰহণ কৰা প্ৰণৱ কুমাৰ বৰবৰা বিগত
বহু যুদ্ধৰ সাক্ষী, বহু যুদ্ধত বিজয়ধ্বজা উৰুওৱা যুদ্ধ বিমান MIG-21-এ আজি শেষবাৰৰ বাবে উৰিল ভাৰতৰ আকাশত ভাৰতীয় বায়ুসেনাৰ চতুৰ্থ স্কোৱাড্ৰনৰ পৰিচয়স্বৰূপ মিগ-২১ বাইচন ফাইটাৰ এয়াৰ ক্ৰাফটসমূহ। মঙলবাৰে ৰাজস্থানৰ বাৰমাৰ অঞ্চলৰ উত্তৰলাই চহৰৰ আকাশত শেষবাৰৰ বাবে উৰে MIG-21 বাইচন। এই উড়নৰ সময়ত MIG-21ৰ কাষ কাষে উৰিছিল SU-30 MKI বিমান। উল্লেখ্য যে