বিটিচি বাসীলৈ প্ৰমোদ ব্ৰহ্মৰ দূৰ্গোৎসৱৰ শুভেচ্ছা বাৰ্তা… বিটিচি’ৰ কাৰ্য্যবাহী সদস্য উইলচন হাসদাৰ গোসাঁইগাঁও সদৰ চদৰত স্থাপন কৰা অস্থায়ী কাৰ্য্যালয় আজি শুভ উদ্বোধন কৰে বিটিচি’ৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ কাৰ্য্যালয়টোৰ মুল দ্বাৰ উদ্বোধন কাৰ্য্যসূচীৰ জৰিয়তে বড়োৱে গোসাঁইগাঁও বাসী ৰাইজলৈ শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছ জ্ঞাপন কৰে ৷ তেওঁ সকলৰে মনত
Author: GTM Desk
এইবাৰ মুছলমান যুৱকক গালি দিলে বদৰুদ্দিন আজমলে। মুছলমানৰ বিৰুদ্ধে নগৰবেৰাত আজমলে কৰিলে বিতৰ্কিত মন্তব্য। আজমলে কয়, ‘‘মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী। আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমানৰ। চুৰি, ডকাইতি, ধৰ্ষণ, লুটপাতত ১ নম্বৰত মুছলমান।’’ ইমানেই নহয়, আজমলে ক’লে জে’লত যোৱাতো ১ নম্বৰত আছে মুছলমান ল’ৰা। মুছলমান
নিশাৰ মহানগৰীত তিনি যুৱতীৰ উদ্ভণ্ডালি, ব্যস্ত ৰাজপথত চলন্ত বাহনৰ ওপৰত উঠি কৰিলে এই কাম বিভিন্ন সময়ত সামান্য অপৰাধতে চালান কাটি হাৰাশাস্তি কৰা পৰিবহণ বিভাগেও নাকি লগাব পৰা নাই এনে যানবাহন আইন ভংগকাৰীক। নিশাৰ মহানগৰীত যুৱতীৰ উদ্ভণ্ডালি। এখন চলন্ত বাহনৰ ওপৰত বহি গুৱাহাটী চফৰ তিনি যুৱতীৰ। ব্যস্ত ৰাজপথত এইদৰে এখন চাৰিচকীয়া
বিটিচি’ৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ নিৰ্দেশ মৰ্মে ইউ পি পি এল’ ৰাজনৈতিক দলৰ পৰা কালি গোসাঁইগাঁও মহকুমাৰ প্ৰায় প্ৰতিখন পূজা সমিতিকে একোখনকৈ শুভেচ্ছা পত্ৰৰ লগতে আৰ্থিক বৰঙনি প্ৰদান কৰাৰ এক কাৰ্য্যসূচী গ্ৰহণ কৰে ৷ ইউ পি পি এল’ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীৰ নেতৃত্বত দলীয় সজাতি দলে গোসাঁইগাঁও
কামাখ্যা দেৱালয়ত ৮ অক্টোবৰৰ পৰা পষেক জোৰা কাৰ্যাসূচীৰে আৰম্ভ হোৱা দুৰ্গা পূজাৰ উপলক্ষে দৈনন্দিন কাৰ্যসূচীত বিভিন্ন সালসলনি কৰা হৈছে। ইয়াৰ উপৰিও দুৰ্গা পূজা কেইদিনত মন্দিৰৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময়ৰো কিছু সালসলনি কৰা হৈছে। সেই অনুসৰি ২০ অক্টোবৰৰ ষষ্ঠী পূজাৰ দিনা পুৱা ৯ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব। দুপৰীয়া