খাদ্যাভ্যাসৰ ফলত সাধাৰণতে কিডনীত পাথৰৰ সৃষ্টি হয়৷ কেতিয়াবা অপৰিশোধিত পানীৰ পৰাও কিডনীত পাথৰ হয়৷ সাধাৰণতে কিডনীত পাথৰ হ’লে অস্বাভাৱিক বিষ হোৱাৰ উপৰি প্ৰস্ৰাৱত গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷ তাৎক্ষণিকভাৱে ইয়াৰ চিকিৎসা নকৰিলে ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে৷ কিডনীৰ পাথৰ দূৰ কৰিবলৈ ঘৰুৱাভাৱে প্ৰস্তুত কৰা ঔষধো প্ৰাথমিক পৰ্যায়ত খাব পাৰি৷ এইক্ষেত্ৰত দুপৰ
Author: GTM Desk
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) নিজৰ অভিলাষী মানৱ মহাকাশ উৰণ কাৰ্যসূচী গগনযানৰ যাত্ৰা ত্বৰান্বিত কৰিব আৰু কাইলৈ একক পৰ্যায়ৰ তৰল ৰকেট উৎক্ষেপণৰ জৰিয়তে প্ৰথমটো ক্ৰু মডিউল পৰীক্ষণ কৰিব। মহাকাশচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ইয়াৰ মহাকাশ সংস্থাটোৱে এই পৰীক্ষা চলাব। তিনিদিনীয়া গগনযান অভিযানৰ বাবে ৪০০ কিলোমিটাৰ নিম্ন পৃথিৱীৰ কক্ষপথত মহাকাশলৈ প্ৰেৰণ কৰি
এখন স্কুটাৰসহ উদ্ধাৰ ৮টাকৈ চুৰি মোবাইল৷ মহানগৰ আৰক্ষীৰ জালত নাবালকসহ ৭টাকৈ চোৰ৷ ধৃত চোৰকেইটা পৃথ্বী গুপ্তা, ৰোহন ৰয়, অমন গীল, চালাম মিঞা, জিয়াৰুল হক, সজল হক৷
যিকোনো সময়তে আপোনাৰ বেংক একাউন্টৰ পৰা হৰলুকি হ’ব পাৰে ধন! শীঘ্ৰেই আধাৰ কাৰ্ডত কৰক এইটো বিশেষ কাম আপোনাৰ আধাৰ কাৰ্ড সুৰক্ষিত নে? যদি নহয়, তেন্তে হ’ব পাৰে ডাঙৰ বিপদ! বেংকৰ পৰা হৰলুকি হ’ব পাৰে আপোনাৰ একাউন্টৰ ধন। চাইবাৰ প্ৰৱঞ্চকে বায়’মেট্ৰিক তথ্য চুৰি কৰি গ্ৰাহকৰ অজ্ঞাতে বেংকৰ পৰা ধন উলিয়ায়। গতিকে
অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰে দিলে ভাল খবৰ। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি কেন্দ্ৰীয় কৰ্মচাৰীৰ ডি এ বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। ৪ শতাংশ DA বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। ফলত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ ৪২ শতাংশৰ পৰা ৪৬ শতাংশ হ’লগৈ। ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই ডি এ