সমাগত দুৰ্গা পূজা। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো ২টা দিন। দুৰ্গা পূজা বুলি ক’লেই ভক্তগণৰ হৃদয়ত খলকনি উঠে। দুৰ্গা পূজাৰ প্ৰাকক্ষণত দুৰ্গা পূজাৰ আয়োজক সমিতিসকলো ব্যস্ত হৈ পৰিছে। শিল্পীসকলে দুৰ্গা মাৰ প্ৰতিমা নিৰ্মাণৰ কামো শেষ কৰিছে। আপুনি বাৰু জানেনে দুৰ্গা মাৰ প্ৰতিমা নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰা হয় পতিতালয়ৰ মাটি। কিন্তু আপুনি
Author: GTM Desk
কণমানি জীয়ৰীজনীৰ বাবে স্মাৰ্ট ফোন কিনাৰ কথা ভাবিছে নেকি? যদি ভাবিছে আকৌ এবাৰ চিন্তা কৰক। জীয়ৰীৰ দাবী মানি কিনি দিয়া এটা স্মাৰ্ট ফোনে বিপদ ঘটালে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ। ছাত্ৰীগৰাকী এনেদৰে মানসিকভাৱে ভাগি পৰিলে যে প্ৰায় এমাহ ধৰি বিদ্যালয়লৈ যাবলৈকে বাদ দিলে। গুজৰাটৰ মৰবিৰ এগৰাকী ১৩ বছৰীয়া কিশোৰী। কেইমাহমান এমাহ
সমলিংগ বিবাহক বৈধতা প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে। আজি এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। সমলিংগ বিবাহক বৈধতা প্ৰদান নকৰিলে যদিও লিভ-ইনৰ সন্মতি দিলে ন্যায়ালয়ে। ট্ৰেন্সজেণ্ডাৰে বিবাহ কৰাব পাৰিব। গে’ দম্পতীৰ বিবাহতো বাধা উচ্চতম ন্যায়ালয়ৰ। অৱশ্যে সমলিংগ দম্পতীয়ে তুলি ল’ব পাৰিব শিশু। উচ্চতম ন্যায়ালয়ে কয়, বিবাহ মৌলিক অধিকাৰ নহয়। বিশেষ
পত্নীৰূপী নিষ্ঠুৰ প্ৰেমিকাৰ চৰম প্ৰতাৰণা আৰু পৰকীয়া প্ৰীতিৰ বলি হৈ প্রাণ হেৰুৱাবলগীয়া হৈছিল লতাকটাৰ যুৱক তথা বশিষ্ঠৰ ওজা জেচিবি প্ৰতিষ্ঠানৰ মেকানিক অঞ্জন নাথে। ঘটনাটো সংঘটিত হোৱাৰ ৭২ ঘণ্টা পাছত কালি নিশা মূল অভিযুক্তসহ মুঠ সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে এই ভয়ংকৰ সত্য পোহৰলৈ আহিছে। হত্যাকাণ্ডৰ আঁৰৰ কাহিনী পূর্বে দুবাৰকৈ
ইজৰাইল–হামাছৰ সংঘৰ্ষত অকলে ৫জনক ধৰাশায়ী কৰিলে এইগৰাকী সুন্দৰীয়ে! ইনবালৰ কাহিনীয়ে আচৰিত কৰিব হামাছৰ আক্ৰমণৰ দিনা, ২৫ বছৰীয়া ইনবালে বিস্ফোৰণৰ শব্দৰ অনুমান পাই গম পালে যে কিবা এটা বিপদ হৈছে। পুৰুষৰ পৰা নাৰীলৈ, লিংগ নিৰ্বিশেষে যুদ্ধক্ষেত্ৰত নামিছে ইজৰালিয়ানসকল। হামাছৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছে নাগৰিকসকলে। কিন্তু তেওঁলোকৰ মাজত আটাইতকৈ চৰ্চা চলিছে এগৰাকী