‘‘কেৱল বাগান অঞ্চলত চিচি ব্লক ৰাস্তা বনোৱাটোৱে জাতিৰ উন্নয়ন হোৱা নবুজায় ৷ পৰিৱৰ্তনৰ শ্ল’গান দি শাসনত অহা প্ৰমোদ বড়োৰ চৰকাৰখনে জাতি জনগোষ্ঠীৰ উন্নয়নত ব্যৰ্থ ৷’’ এক সংবাদমেলত এই কথা সদৰী কৰে জিলা আছাৰ ছাত্ৰ সন্থাৰ সভাপতি বাবুল পাইকে ৷ উল্লেখ্যযোগ্য যে, আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা, বিটিআৰত অঞ্চলত আদিবাসী ৰাইজৰ ভূমিৰ
Author: GTM Desk
গ্ৰহবোৰৰ ৰজা সূৰ্যই প্ৰতি মাহে এটা ৰাশিচিহ্নৰ পৰা আন এটা ৰাশি চিহ্নলৈ প্ৰৱেশ কৰে। সূৰ্যই অহা ১৮ অক্টোবৰ, ২০২৩ তাৰিখে তুলা ৰাশিত প্ৰৱেশ কৰিব। তুলা ৰাশিত সূৰ্যই প্ৰৱেশ কৰাৰ লগে লগে, কিছুমান ৰাশিচিহ্নৰ বাবে সোণালী সময় আৰম্ভ হ’ব পাৰে। এই সময়ছোৱাত মিথুন, মীন আৰু কৰ্কট ৰাশিকে ধৰি ৬টা ৰাশিচিহ্নই কেৰিয়াৰৰ
শনিবাৰে নিশা চতিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। উত্তৰ চতিয়াৰ দয়না পুখুৰী গাৱঁত সংঘটিত হৈছে এই হত্যাকাণ্ড। সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে পত্নীক। নিহত মহিলা গৰাকী ৰীতা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে। হত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত
যোৰহাটত তিনিদিনৰ পূৰ্বে অৰ্থাৎ ১১ অক্টোবৰৰ দুপৰীয়া এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এই গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত আটাইকেইগৰাকী অভিযুক্তক মাত্ৰ তিনিদিনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি ঘটনাৰ অন্তৰালৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী। ঘটনাৰ পিছতে আৰক্ষীয়ে জিম্পলজিৎ গগৈ নামৰ এজন যুৱকৰ লগতে এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছিল। শনিবাৰে এই ঘটনাৰ মূল
হিন্দু মহিলাৰ শেষকৃত্য মুছলমান লোকৰ। গোৱালপাৰাৰ কৃষ্ণাইত দেখা গ’ল সম্প্ৰীতিৰ এই অনন্য নিদৰ্শন।