যিকোনো প্ৰকাৰে বান্ধৱীৰ বিয়া ভঙাৰ চেষ্টা! বান্ধৱীৰ বিয়া ভাঙিবলৈ ভাবীস্বামীলৈ বাকদত্তাৰ অশ্লীল ফটো প্ৰেৰণ কৰাৰ এটা ঘটনা। একেলগে দিনে–ৰাতিয়ে থকা বান্ধৱীৰ ওপৰতে মাৰ ঘাত মাৰিলে বান্ধৱীয়ে। একেলগে থাকি বান্ধৱীয়ে গম
Author: Shahnawaz Hamza
‘সতিনী’ক দেখি ৰুদ্ৰমূৰ্তি প্ৰেমিকৰ পত্নীৰ, তাৰ পিছত… সুন্দৰীৰ কঠোৰ সংগ্ৰাম। ক’ভিডে স্বামীক কাঢ়ি নিয়াৰ পিছত ৩ সন্তানক প্ৰতিপাল কৰিবলৈ অশেষ কষ্ট কৰিব লগা হৈছে এইগৰাকী মহিলাই। সংসাৰ থানবান হোৱাৰ পাছত
প্ৰশাসনৰ জ্ঞাতসাৰেই মহানগৰীত শেহতীয়াকৈ ইটোৰ পাছত সিটোকৈ গঢ় লৈ উঠিছ ভুৱা বিত্তীয় প্ৰতিষ্ঠান ৷ এনেবোৰ প্ৰতিষ্ঠানে নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰে কেৰোণেৰে সৰকাইছে লক্ষ লক্ষ টকা ৷ শেহতীয়াকৈ মহানগৰীৰ
মহানগৰীত আৰক্ষীৰ জালত পৰিল দুই গভাইত চিলনী চোৰ। কেইদিনমান পূৰ্বে মহানগৰীৰ ৰাজগড়ত মাৰণাস্ত্র দেখুৱাই অধিবক্তা মমিতা বৰাৰ পৰা চেইন কাঢ়ি নিছিল দুই চিলনী চোৰে। অৱশেষত মঙলবাৰে চানমাৰি আৰক্ষীৰ জালত পৰে
ৰাজ্যৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা কে’বা শতাধিক কম্পিউটাৰ শিক্ষকে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সোমবাৰৰ পৰা অব্যাহত ৰখা অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি দ্বিতীয় দিনাও ৰূপায়ণ কৰে শিক্ষকসকলে