নগাঁৱৰ প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ১৪২ দিনৰ পিছত তেওঁৰ চূৰ্ণ–বিচূৰ্ণ গাড়ীত দুটা ম’বাইল ফোন উদ্ধাৰ হয়। এই ম’বাইল ফোনকেইটা জোনমণি ৰাভাৰ নে আন কাৰোবাৰ, তাক লৈ এতিয়া বহু প্ৰশ্নৰ উকমুকনি ঘটিছে ৰাজ্যবাসীৰ মনত। বুধবাৰে জখলাবন্ধা আৰক্ষী থানাত থকা জোনমণিৰ পৰিত্যক্ত এছপ্ৰেছ’ বাহনখনৰ ভিতৰতে CBIৰ তদন্তকাৰী দলে এটা ম’বাইল
Author: GTM Desk
বিজেপিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ এটা টুইটে তোলপাৰ লগাইছে দেশ। য’ত ৰাৱণৰ ৰূপত দেখা গৈছে ৰাহুল গান্ধীক। টুইটত দেখা গৈছে যেন এখন চিনেমাৰ পোষ্টাৰ। পোষ্টাৰত এমুখ দাড়িৰে দেখা গৈছে ৰাহুল গান্ধীক। য’ত তুলি ধৰা হৈছে ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ ৰাহুলৰ চেহেৰা। মুখভৰ্তি দাঢ়ি। ঠিক যেন এজন সাধাৰণ ভাৰতীয় মুখ। যি মুখে
বহুতেই আহাৰ গ্ৰহণৰ আগে আগে বা ঠিক পিছতে চাহ খায়। কিন্তু এটা স্বাস্থ্যৰ বাবে ভাল নহয়। এনে অভ্যাসে ৰক্তহীনতাৰ আশংকা বহু খিনি বঢ়াই তোলে। ৰক্তহীনতা এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক গুৰুতৰ সমস্যা হৈ থিয় দিছে। বিশেষকৈ মহিলা আৰু শিশুসকলক বেছিকৈ ৰক্তহীনতাৰ চিকাৰ হৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ
মেষ ৰাশি: আজি আপুনি কোনো সিদ্ধান্ত দ্ৰুতগতিত ল’ব নোৱাৰাৰ ফলত গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাব লগাত পৰিব পাৰে। কৰ্মক্ষেত্ৰত বিৰোধীৰ মুখামুখি হ’ব লাগিব। নতুন কাম আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত হ’ব। নিজৰ কথাৰ ওপৰত সংযম ৰখা উচিত। বৃষ ৰাশি: আজি আপুনি মনৰ অস্থিৰতাৰ বাবে হাতত থকা সোণালী সুযোগ হেৰুৱাব পাৰে। আপুনি জেদ আৰু অহংকাৰ
পুৰাণৰ কথা অনুসাৰে-এবাৰে দেৱী পাৰ্ৱতীয়ে বহু উৎসাহেৰে মহাদেৱক এই প্ৰশ্ন কৰিলে যে-এনে কিয় হয় যে-আপুনি অজৰ অমৰ হয় আৰু মই প্ৰতিটো জন্মতে নতুন স্বৰূপত আহি বহু বছৰ কাল কঠোৰ তপস্যা কৰি আপোনাক প্ৰাপ্তি কৰিব লাগে। ( Religious Studies ) যেতিয়া মই আপোনাকে প্ৰাপ্ত কৰিব লাগে-তেতিয়া মোৰ এই তপস্যা কিয়?মোৰ ইমান