Author: GTM Desk

হাইলাকান্দিত ২ আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

হাইলাকান্দিত ২ আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

পুনৰ খাকী পোছাকত দাগ ল’গালে দুই আৰক্ষীয়ে ৷ যেন সৰিয়হৰ ডুলিতে ভূত ৷ হাইলাকান্দিত আৰক্ষীৰ হাততেই গ্রেপ্তাৰ হ’ল দুই আৰক্ষী কনিষ্টবল ৷ ড্রাগছ সৰবৰাহ আৰু ডকাইতি ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় দুই কনিষ্টবলক ৷ ধৃত কনিষ্টবলদ্বয় হ’ল ইউনিচ আলী আৰু নাৰায়ণ দাস ৷ উল্লেখ্য যে, আছাম ৰাইফলছে দিয়া

ছিকিমত ডাৱৰ বিস্ফোৰণ: দুৰ্যোগ ঘোষণা ৰাজ্য চৰকাৰৰ

ছিকিমত ডাৱৰ বিস্ফোৰণ: দুৰ্যোগ ঘোষণা ৰাজ্য চৰকাৰৰ

ছিকিমৰ উত্তৰাঞ্চলত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে। ডাৱৰ বিস্ফোৰণৰ ফলস্বৰূপে লোনাক হ্ৰদৰ তিস্তা নদী জলস্তৰ বৃদ্ধি পায় বিপদসীমা অতিক্ৰম কৰি নৈৰ বাঢনী পানীয়ে ভয়ংকৰ ৰূপ ধাৰন কৰে ৷ ভয়ংকৰ বানপানীৰ ফলত সেনা জোৱানসহ ১৪ জনকৈ লোক নিহত হোৱাৰ বিপৰীতে

লাহৰীঘাটত পিষ্টল, সক্রিয় গুলীসহ দুই যুৱকক আটক

লাহৰীঘাটত পিষ্টল, সক্রিয় গুলীসহ দুই যুৱকক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ আৰু বন বিভাগৰ যৌথ অভিযানত আটক দুই দুৰ্ধষ চোৰাং চিকাৰী ৷ গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ লাহৰিঘাটত এটি বাসগৃহত বিশেষ টাস্ক ফৰ্চ আৰু বন বিভাগৰ দলে অৰ্তকিতে অভিযান চলাই পিষ্টল, সক্রিয় গুলীসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোক দুজন হ’ল ৰফিকুল

বি টি আৰক লৈ বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

বি টি আৰক লৈ বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

বৃহস্পতিবাৰে তামুলপুৰত উপস্থিত হৈ ২৫ কোটি টকা ব্যয়সাপেক্ষ আয়ুক্ত কাৰ্যালয়, ৫ কোটি টকা ব্যয়সাপেক্ষ আৱৰ্ত ভৱন আৰু ৫০ কোটি টকা ব্যয়সাপেক্ষ তামুলপুৰ ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে, “অতি সোনকালে বি টি আৰবাসীৰ বাবে অৰুণোদয় আঁচনিৰ অধীনত যথেষ্টসংখ্যক হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে ভেণ্ডিয়ে…

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে ভেণ্ডিয়ে…

বতৰৰ শাক-পাচলি আৰু ফল-মূলে একোটা বিশেষ অঞ্চলত বাস কৰা লোক সকলৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। তেনে পাচলিৰ ভিতৰত ভেণ্ডিও এবিধ। বহুতে বীজলুৱা গুণৰ বাবে ভেণ্ডি নাখায়। কিন্তু ভেণ্ডি বহু পাচলিতকৈ উত্তম পাচলি। এই পাচলিয়ে কোনো ক্ষতিও কৰা দেখা নাযায়।   ভেণ্ডি মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী পাচলি,