জ্যোতিষৰ মতে ৩০ অক্টোবৰত ৰাহু গ্ৰহে নিজৰ ৰাশি সলনি কৰিবলৈ ওলাইছে। অৰ্থাৎ ৰাহু গ্ৰহ মেষ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ বাবেই গুৰু চণ্ডাল যোগৰ অন্ত পৰিবলৈ গৈ আছে। এনে পৰিস্থিতিত এই যোগৰ সমাপ্তিৰ লগে লগে ৩ ৰাশিৰ জাতক-জাতিকাৰ প্ৰতিটো ইচ্ছা পূৰণ হ’ব। অভাৱনীয় আৰ্থিক লাভো হ’ব পাৰে। এই
Author: GTM Desk
ফাৰ্ম ইজিৰ মতে জিৰা হৈছে ওজন হ্ৰাস কৰাৰ মূল চাবিকাঠি। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, জিৰা আপোনাৰ দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে, প্ৰতিদিনে প্ৰায় তিনি গ্ৰাম জিৰা গুৰি দৈৰ সৈতে মিহলি কৰি খাব পাৰি। ২০১৪ চনৰ এক অধ্যয়ন অনুসৰি ৩ মাহ ধৰি দৈৰ সৈতে ৩ গ্ৰাম জিৰা
ছিকিমৰ লহনাক হ্ৰদত সংঘটিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই বিস্ফোৰণৰ ফলত তিষ্টা নদীৰ নামনি অঞ্চলত সৃষ্টি হোৱা আকস্মিক বানে কেইবাটাও পথ-দলং উটুৱাই নিয়ে। এই বানত বৰ্তমানলৈ ১৪ জনৰ মৃত্যু হোৱাৰ লগতে ১০২ জন লোক সন্ধানহীন হৈ আছে। SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিখোজ ২৩ সেনাৰ
টীয়কৰ মুদৈজান তিনিআলিৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। শিৱসাগৰ অভিমুখে অহা এখন ট্ৰাকে পথ পাৰ হ’বলৈ লওঁতেই খুন্দা মাৰে এগৰাকী ছাত্ৰীক। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ। মৃত ছাত্ৰীগৰাকীৰ নাম ফাৰ্হিজা বেগম। টীয়ক ৰজাবাৰী হাইস্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নত আছিল। দুৰ্ঘটনাৰ পিছতে উতপ্ত পৰিস্থিতিৰপ সৃষ্টি হয়