ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গ’লে আমাক নানান ৰোগে আক্ৰমণ কৰিব পাৰে। ৰোগত আক্ৰান্ হোৱাৰ আগতেই আমি সেয়ে দেহটোক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ত সচেতন হোৱাটো ভাল।যকৃত হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গবোৰৰ ভিতৰৰে এটা হৈ লিভাৰ । ইয়াৰ পৰাই পিত্তৰস নিৰ্গত হয়। যি ৰসে খাদ্য হজম কৰাত সহায়
Author: GTM Desk
পুৱা সূৰ্য উঠাৰ সময়তে বহুতৰে কপালৰ এপিনে মূৰৰ বিষ হয়। এই মূৰৰ বিষ বহুতৰে দুপৰীয়ালৈ চলি থাকে।বেলি যিমানে লহিয়ায় সিমানে মূৰৰ বিষো কমি আহিবলৈ ধৰে। ঠাই বিশেষে এনে মূৰৰ বিষক বেলেগ বেলেগ নামেৰে জনা যায়। বহুতে সূৰ্য উদয়ৰ সময়ত হোৱা বিষ বাবে এনে মূৰৰ বিষক সূৰয কপালী মূৰৰ বিষ
Press Release: Guwahati: Sayantika all set to organise a Pre-Puja Exhibition cum Sale on October 7th and 8th at Guwahati’s Sainik Bhawan, Rajgarh Road. This two days event aims at bringing all the small scale artisan and sellers together in order to give them a boost during the festival, as
ষ্ট্ৰবেৰী এনেকুৱা এটা ফল, যিটো আইচক্ৰীমৰ পৰা আৰম্ভ কৰি কেকলৈকে সকলোতে ব্যৱহাৰ কৰা হয়। আপুনি নিশ্চয় বহুতো ষ্ট্ৰবেৰীৰ সোৱাদযুক্ত বেকাৰী সামগ্ৰী খাইছে। বহুতে ষ্ট্ৰবেৰী শ্বেকো ভাল পায়। সোৱাদৰ লগতে ষ্ট্ৰবেৰী স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। ষ্ট্ৰবেৰীত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়, যেনে খনিজ পদাৰ্থ, পটাছিয়াম, মেংগানিজ
শৰীৰত নানান কাৰণত ভিটামিন ইৰ অভাৱ ঘটিব পাৰে।ভিটামিন আৰু খনিজ পদাৰ্থই আমাৰ দেহটোক সক্ৰিয় কৰি ৰাখে। আন ভিটামিনৰ লগতে ভিটামিন ইৰ অভাৱত আমাৰ দেহত স্নায়ুজনিত সমস্যাৰ লগতে চুলি, দাঁত আদিৰ সমস্যায়ো দেখা দিব পাৰে৷ ভিটামিন ই-ৰ অভাৱ হ’লে হাড়, দাঁত ভঙ্গুৰ হৈ পৰিব পাৰে। ই ভিটামিনৰ অভাৱ হ’লে শৰীৰে পৰ্যাপ্ত