হাৰ্ট এটেক এটা অতি বিপজ্জনক ৰোগ৷ উপযুক্ত সময়ত চিকিৎসা নাপালে এই ৰোগত আক্ৰান্ত লোকৰ মৃত্যু প্ৰায় নিশ্চিত৷ পিছে এই ভয়ংকৰ ৰোগ হোৱাৰ প্ৰায় এমাহ পূৰ্বে দেহত কেতবোৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে৷ হাৰ্ট এটেকৰ পূৰ্বে পাঁচটা বিশেষ লক্ষণে দেখা দিয়ে৷ এনে লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷
Author: GTM Desk
অলপ দৌৰিলেই ফোপনি উঠে নেকি? এই সমস্যা দূৰ কৰিবলৈ হ’লে কেতবোৰ কথাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব৷ দৌৰিবৰ বাবে পেশীৰ প্ৰচুৰ পৰিমাণে এনাৰ্জিৰ প্ৰয়োজন হয়৷ এই সময়ত আমাৰ শৰীৰে অধিক মাত্ৰাত কাৰ্বনডাই অক্সাইড প্ৰস্তুত কৰে৷ যাৰ বাবে শৰীৰত অধিক অক্সিজেনৰ প্ৰয়োজন হয়৷ এই শ্বাস-প্ৰশ্বাসৰ দুৰ্বল পৰিৱৰ্তনৰ বাবে বহুজনৰ অলপ দৌৰিলেই
জন্মিলে মানুহৰ এদিন মৃত্যু হ’বই– এয়া প্ৰকৃতিৰ নিয়ম, চিৰন্তন সত্য৷ কিন্তু কাৰ কেতিয়া কেনেকৈ মৃত্যু হয় সেয়া জনাটো সম্ভৱ নহয়৷ কাৰোবাৰ মৃত্যু হয় খোজ কাঢ়ি থাকোতেই, কাৰোবাৰ বিভিন্ন ৰোগত, কাৰোবাৰ মৃত্যু হয় দুৰ্ঘটনাত, কাৰোবাৰ আকৌ টোপনিতে মৃত্যু হয়৷ এনেদৰে টোপনিতে মৃত্যু হোৱাৰ কাৰণ কি? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি আছে
ভাৰতবৰ্ষৰ অধিকাংশ মহিলাই বিবাহৰ পাছত সাধাৰণতে শকত হয়৷ দেশৰ অধিকাংশ নাৰীৰ ক্ষেত্ৰতে বিবাহৰ পৰৱৰ্তী সময়ত শকত হোৱা আৰু ওজন বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷ বিয়াৰ পাছত পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্য এনেদৰে বৃদ্ধি পায় যে নিজৰ খেয়াল ৰাখিবলৈ সময়েই উলিয়াব নোৱাৰে৷ যাৰ বাবে ওজন বাঢ়ি যায় আৰু প্ৰয়োজনকৈ অধিক শকত হৈ পৰে৷
সন্তান এটিক আদৰ্শগত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অপৰিসীম৷ সন্তান এটিক সঠিক পথেৰে শিকাই-বুজাই নিয়াৰ গুৰু দায়িত্ব পিতৃ-মাতৃৰ ওপৰতে নিৰ্ভৰ কৰে৷ সন্তানটিৰ চাল-চলন, আচাৰ-আচৰণ, কাম-কাজ দেখিলেই বুজিব পাৰি সি সঠিক পথেৰে বাট বুলিছেনে নাই৷ বহু ক্ষেত্ৰত দেখা যায় কিছুমান ল’ৰা-ছোৱালী ‘বদ মেজাজি’ হয়৷ সামান্য কথাতে চিৎকাৰ কৰা, খং