অসমৰ মুঠ ৯০ জন আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱানক প্ৰদান কৰা ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক। ইয়াৰে ৫জনক স্বৰ্ণ প্ৰশংসা পদক আৰু ৮৫ জনক ৰূপৰ প্ৰশংসা পদক প্ৰদান কৰা হয়। নিজৰ কৰ্তৱ্য নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে তেওঁলোকৰ প্ৰসংশীয় কামৰ বাবে তেওঁলোকক প্ৰদান কৰা হয় এই পদক।
Author: GTM Desk
বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে অন্তৰংগ মূহুৰ্তৰ ফটো- ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰি প্ৰেমিকে ব্লেকমেইলিং কৰাৰ ঘটনা পোহৰলৈ আহিছে। প্ৰেমিকৰ বিৰুদ্ধে থানাত গোচৰ তৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত অৱশেষত এটা এন জি অ’ৰ জৰিয়তে সংবাদ মাধ্যমৰ দ্বাৰস্থ হৈছে প্ৰেমিকা। এই ঘটনা কাছাৰ জিলাৰ। চাৰি মাহ পূৰ্বে ৰেলেৰে কৰিমগঞ্জলৈ যোৱাৰ
সৰভোগত সংঘটিত হৈছে এক জঘন্য ঘটনা। সৰভোগত এগৰাকী শিক্ষয়িত্ৰীৰ গা-ধোৱা গোপন মুহূৰ্তৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ৰঙাঘৰৰ আলহী হ’ল এজন ১৯-২০ বছৰীয়া এজন কিশোৰ। নিজ গৃহতে যেন আজি অসুৰক্ষিত অসমীয়া জীয়ৰী-বোৱাৰী। কোন দিশে গতি কৰিছে ৰাজ্যৰ ভৱিষ্যত? ৰাজ্যত নাৰী নিৰ্যাতন, ব্লেকমেইলিং, লাভ জেহাদৰ দৰে ঘটনাৰ সমান্তৰালভাৱে বৰপেটাৰ সৰভোগত সংঘটিত হৈছে এই
চৰকাৰৰ অংশীদাৰী দল। পিছে দলটোৰ নেতৃত্বৰ ওপৰত বহু নেতাৰ ভৰষা নাই। নিজৰ অনিশ্চয়তাৰে ভৰা ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত বহুকেইজন নেতা। ৰাজ্যৰ শাসনাধিস্থিত বিজেপি চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ ৪ জন নেতাই শীঘ্ৰে কংগ্ৰেছত যোগ দিব। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক নেতাৰ দলবাগৰা তেনেই সাধাৰণ কথালৈ পৰিণত হৈছে। এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দল
গুৱাহাটীৰ শিশু নিৰ্যাতনকাৰী দম্পতীক আটক। এগৰাকী ১২বছৰীয়া বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰা হৈছে ড০ চাবিনা লাংথাছাক। ড০ চাবিনা লাংথাছা বি বৰুৱা কলেজৰ সহকাৰী অধ্যাপক। প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ চাবিনা লাংথাছা। চাবিনাৰ স্বামী প্ৰেমা ভান্দ্ৰা বাচনুকো আটক কৰিছে আৰক্ষীয়ে। কিশোৰীগৰাকীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন চলোৱাৰ অভিযোগ তেওঁলোকৰ