Author: GTM Desk

ওজন হ্ৰাস কৰাৰ বাবে লওক এই পাঁচটা বিশেষ যতন…

ওজন হ্ৰাস কৰাৰ বাবে লওক এই পাঁচটা বিশেষ যতন…

আধুনিক জীৱনশৈলীয়ে সৃষ্টি কৰা বিভিন্ন শাৰীৰিক ব্যাধিৰ ভিতৰত মেদবহুলতা, শৰীৰৰ ওজনৰ ভাৰসাম্যহীনতা আদিও উল্লেখনীয়৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে প্ৰতিদিনে কেইটামান বিশেষ কৌশল অৱলম্বন কৰিব পাৰে৷ ইয়াৰ ভিতৰত আছে– নিয়মিত ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, প্ৰয়োজনীয় নিদ্ৰা আদি৷ ওজন হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ পৰিৱেশ, স্বাস্থ্যকৰ খাদ্য অত্যন্ত গুৰুত্বপূৰ্ণ৷ ওজন হ্ৰাস কৰাৰ কেইটামান

নকল দৰৱ কেনেদৰে চিনিব?

নকল দৰৱ কেনেদৰে চিনিব?

সকলোৰে ঘৰত কম-বেছি পৰিমাণে দৰৱৰ প্ৰয়োজন হয়৷ কিন্তু সাম্প্ৰতিক সময়ত দৰৱৰ ওপৰতো পৰিছে ভেজালকাৰীৰ হাতোঁৰা৷ অন্যান্য সামগ্ৰীৰ দৰে ভাৰতত ঔষধৰো ভেজাল বৃদ্ধি পাইছে৷ উল্লেখ্য যে সমাজত এনেধৰণৰ কিছুমান লোক আছে যিসকলে দৰৱৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাচি আছে৷ সেয়ে দৰৱ কিনোতে সেই দৰৱ আচল নে নকল সেয়া জনাটো জৰুৰী৷ নকল দৰৱ

ডায়েবেটিছৰ পৰা মুক্তি দিব এইবিধ পাচলিয়ে

ডায়েবেটিছৰ পৰা মুক্তি দিব এইবিধ পাচলিয়ে

শীতকালত অসমত প্ৰচুৰ পৰিমাণে উৎপাদিত হয় বিলাহী৷ অৱশ্যে আজিকালি বছৰৰ বাৰমাহে পোৱা যায় বিলাহী৷ উপযুক্ত মূল্য নোপোৱা বাবে বহু সময়ত ৰাজ্যৰ কৃষকে পেলাই দিবলগীয়া হয় শ শ কুইণ্টল বিলাহী৷ সেয়া কেঁচা বিলাহীয়ে হওক বা পকা বিলাহীয়েই হওক৷ বজাৰত পকা বিলাহীলৈ সকলোৰে চকু যায়৷ গ্ৰাহকৰ দৃষ্টি কেঁচা বিলাহীৰ ওপৰত প্ৰায় নপৰেই৷

এই পাঁচটা কঠিন ৰোগৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে মধুৰি খাওক

এই পাঁচটা কঠিন ৰোগৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে মধুৰি খাওক

প্ৰতিদিনে কমেও এটাকৈ যদি মধুৰি খায় ইয়াৰ পৰা পাব মেজিকৰ দৰে সুফল৷ মধুৰি নিয়মীয়াকৈ খালে এই পাঁচটা শাৰীৰিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব৷ উচ্ছ ৰক্তচাপজনিত সমস্যাঃ নিয়মীয়াকৈ মধুৰি খালে ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে৷ উচ্ছ ৰক্তচাপত ভোগা লোকে নিয়মীয়াকৈ মধুৰি খালে সাংঘাতিক সুফল পাব৷ ডায়েবেটিছঃ ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱা লোকে প্ৰতিদিনে মধুৰি

বয়স কমিব পাৰে ২৫ বছৰ পৰ্যন্ত!

বয়স কমিব পাৰে ২৫ বছৰ পৰ্যন্ত!

বয়স কমোৱাৰ উপায় বিচাৰি উলিয়াইছে এদল বিজ্ঞানীয়ে৷ ইজৰাইলৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা এই উপায়ক স্বাভাৱিকতেই যুগান্তকাৰী বুলি ধাৰণা কৰা হৈছে৷ ইজৰাইলৰ তেল আভিভ বিশ্ববিদ্যালয় আৰু শ্বামিৰ চিকিৎসা কেন্দ্ৰৰ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি মানুহৰ বয়স কেনেদৰে কমাব পাৰি সেই সম্পৰ্কে গৱেষণা চলাই আহিছিল৷ অৱশেষত ইয়াৰ সু-ফল লাভ কৰা বুলি তেওঁলোকে দাবী কৰিছে৷ বিজ্ঞানীৰ