Author: GTM Desk

মহাশিৱৰাত্ৰীৰ পূৰ্বে এক অলৌকিক ঘটনা! প্ৰথমে দেখা গ’ল এদ’ম সাপ,খননৰ পাছত উদ্ধাৰ এক ফুটৰ শিৱলিংগ

মহাশিৱৰাত্ৰীৰ পূৰ্বে এক অলৌকিক ঘটনা! প্ৰথমে দেখা গ’ল এদ’ম সাপ,খননৰ পাছত উদ্ধাৰ এক ফুটৰ শিৱলিংগ

মহাশিৱৰাত্ৰিলৈ মাজত মাথো কিছুদিন বাকী ৷এনে সময়তে উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত মাটি খননত উদ্ধাৰ হৈছে এটা শিৱলিংগ । এই খবৰ বিয়পি পৰাৰ লগে লগে বৃহৎ সংখ্যক ভক্তই ভোলে বাবাৰ চৰণত পৰি পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰিছে । আচলতে এই ঘটনা হাপুৰৰ বাবুগড় অঞ্চলৰ ৰাছুলপুৰ গাঁৱৰ। স্থানীয় ৰাইজে যেতিয়া ৰাসুলপুৰ গাঁৱত অৱস্থিত

ৰাজীৱ শদিয়াৰ পৰিয়াললৈ মৰ্মিতা মিত্ৰৰ সহায়ৰ হাত

ৰাজীৱ শদিয়াৰ পৰিয়াললৈ মৰ্মিতা মিত্ৰৰ সহায়ৰ হাত

পশ্চিম বংগৰ জীয়ৰী কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ বৰ্তমান অসমৰ এটা চিনাকি নাম। জুবিন গাৰ্গৰ গীত গাই বৰ্তমান যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে মৰ্মিতাই। মৰ্মিতা আৰু তেওঁৰ স্বামী অমিতে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়াইছে ৫০,০০০ (পঞ্চাশ হাজাৰ) টকা। এই কথা সামাজিক মাধ্যমযোগে জনাইছে প্ৰাক্তন আলফা জিতেন দত্তই। জিতেন দত্তই কয়, মৰ্মিতাৰ স্বামী অমিতে ৫০

ডিঙিত ৰজনীগন্ধাৰ মালা পিন্ধি প্ৰিয়ংকা ভৰালীয়ে দিলে নতুন খবৰ, লিখিলে – আশীৰ্বাদ কৰিব…

ডিঙিত ৰজনীগন্ধাৰ মালা পিন্ধি প্ৰিয়ংকা ভৰালীয়ে দিলে নতুন খবৰ, লিখিলে – আশীৰ্বাদ কৰিব…

প্ৰিয়ংকা ভৰালী অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী। প্ৰিয়ংকাৰ সংগীতানুষ্ঠানে দৰ্শকক প্ৰদান কৰে অন্য এক মাদকতা। গীতৰ লগে লগে প্ৰিয়ংকাৰ নৃত্যই মোহিত কৰে দৰ্শকক। বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে প্ৰিয়ংকা ভৰালীয়ে। প্ৰিয়ংকাৰ গীতৰ অনুৰাগীৰ সংখ্যাও কম নহয়। সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয় হৈ থাকে কণ্ঠশিল্পীগৰাকী। সময়ে সময়ে অনুৰাগীসকলৰ বাবে নিজৰ ফটো-ভিডিঅ’ শ্বেয়াৰ

মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?

মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?

৯০ দশকৰ প্ৰথম শাৰীৰ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম হ’ল মমতা কুলকাৰ্নী। বৰ্তমান তেওঁ ছচিয়েল মিডিয়াৰ চৰ্চাৰ কেন্দ্ৰবিন্দু। মহাকুম্ভ ২০২৫ৰ সময়ত কিন্নৰ অখাড়াৰ পৰা তেওঁক মহামণ্ডলেশ্বৰ স্বীকৃতি দিয়া হয়। কিন্তু ইয়াৰ বিৰোধিতা কৰে সেই অখাড়াৰ বাবাসকলে। উল্লেখযোগ্য যে মমতা কুলকাৰ্নীক মহামণ্ডলেশ্বৰ উপাধি দিয়াত ৰামদেৱ আৰু বাগেশ্বৰ বাবাৰ ফালৰ পৰাও কৰা হৈছে বিৰোধিতা।

কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?

কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?

সৰস্বতী পূজাৰ দিনা জাগীৰোডত এক অঘটন সংঘটিত হৈছে। নিজ ঘৰতে ডিঙিত চিপ লৈ আত্মহত্যা একাদশ শ্রেণীৰ এগৰাকী ছাত্ৰীৰ। বয়স হৈছিল প্রায় ১৭ বছব। ছাত্ৰীগৰাকীৰ নাম সুস্থা দেৱনাখ। জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ ছাত্ৰী আছিল সুস্থা। আত্মহত্যাৰ খবৰ পোৱাৰ মাত্রকেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ