Author: GTM Desk

এছিয়ান গেমছত আজি ৰিঙত নামিব লাভলিনা

এছিয়ান গেমছত আজি ৰিঙত নামিব লাভলিনা

এছিয়ান গেমছত (Asian Games 2023) আজি একাধিক ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ খেলুৱৈসকলে অংশ ল’ব। ভাৰতৰ খেলুৱৈসকলে বক্সিং (Boxing) আৰু শ্বুটিঙৰ (Shooting game) পৰা আৰম্ভ কৰি ইস্পোৰ্টছ আৰু চেইলিংলৈকে সকলোতে প্ৰতিযোগিতাৰ বাবে সাজু হৈছে। পুৱা ৫ বাজি ৩০ মিনিটত আৰম্ভ হোৱা এছিয়েন গেমছৰ ড্ৰেচেজ প্ৰিক্স ছেইণ্ট-জৰ্জেছ ইভেণ্টত (Dressage Prix St-George’s event) হৃদয়

প্ৰেমিকাৰ সৈতে কাজিয়া! শৌচাগাৰত নিজকে শেষ কৰিলে যুৱকে, গুৱাহাটীৰ নুনমাটিত চাঞ্চল্য

প্ৰেমিকাৰ সৈতে কাজিয়া! শৌচাগাৰত নিজকে শেষ কৰিলে যুৱকে, গুৱাহাটীৰ নুনমাটিত চাঞ্চল্য

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। চিপ লোৱা অৱস্থাত শৌচাগাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। নুনমাটিৰ জয়ন্ত নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। যুৱকজন কোকৰাঝাৰৰ ৰাজা নাৰ্জাৰী বুলি জানিব পৰা গৈছে। বামুণীমৈদাম স্থিত DS GROUPত কৰ্মৰত আছিল যুৱকজন। DS Groupত কৰ্মৰত কেইবাগাৰকীও বন্ধুৰ সৈতে এটা ঘৰত আছিল যুৱকজন। যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন

চৰকাৰী চাকৰি লাভ কৰি স্বামীক পাহৰিল পত্নীয়ে!

চৰকাৰী চাকৰি লাভ কৰি স্বামীক পাহৰিল পত্নীয়ে!

পুনৰ চৰকাৰী চাকৰি লাভ কৰি স্বামীক প্ৰতাৰণা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হ’ল এগৰাকী পত্নীৰ বিৰুদ্ধে ৷ এই ঘটনা সংঘটিত হৈছে নগাঁও উৰিয়াগাঁৱৰ এজন দুৰ্ভগীয়া স্বামীৰ ক্ষেত্ৰত ৷ জ্যোতিস্ময় কাকতি নামৰ এই যুৱকজন চাৰি বছৰৰ পূৰ্বে প্ৰেম বিবাহত আৱদ্ধ হৈছিল নগাঁও দক্ষিণপাটৰ এগৰাকী যুৱতীৰ লগত ৷ টেম্পু চলাই বহু কষ্টৰে পত্নী