🔴পাঠশালাত উন্মুক্ত নলাত পৰি মৃত্যু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ🔴চিকিৎসালয়ত মৃত্যু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী ঠাকুৰীয়াৰ🔴উন্মুক্ত নলাৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰিছিল অশ্বিনী ঠাকুৰীয়াক🔴মুমূৰ্ষু অৱস্থাত ভৰ্তি কৰাইছিল পাঠশালা চিভিল হাস্পতালত🔴উন্নত চিকিত্সাৰ বাবে প্ৰেৰণ কৰিছিল বৰপেটাৰ FAAMCHলৈ🔴অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে
Author: GTM Desk
এছিয়ান গেমছত ৰাষ্ট্ৰীয় পতাকা আৰু সোণৰ পদকৰ সৈতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসমৰ উমা চেত্ৰী এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত প্ৰথমবাৰতে স্বৰ্ণপদক অৰ্জন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰতৰ ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি গৈ শ্ৰীলংকাই ২০ অভাৰত ৮ উইকেটত ৯৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ মৃত্যু হোৱা ঘটনাই প্ৰভাৱ পেলাইছে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত ৷ কানাডাই ভাৰতত থকা নাগৰিকসকলৰ বাবে শেহতীয়াকৈ আগবঢ়াইছে ভ্ৰমণ পৰামৰ্শ ৷ শেহতীয়া পৰিঘটনাৰ প্ৰেক্ষাপটত “সজাগ হৈ থাকিবলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ” সামাজিক মাধ্যমযোগে আহ্বান জনাইছে দেশখনৰ কৰ্তৃপক্ষই ৷ আনহাতে, বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে
কন্যা সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী স্বৰা ভাস্কৰ। কন্যা সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী স্বৰা ভাস্কৰ। ২৩ ছেপ্টেম্বৰত এই দম্পতীৰ এটি কন্যা সন্তান জন্ম হয়। স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদে নিজৰ কন্যাৰ নামক লৈ মুকলিকৈ প্ৰকাশ কৰিছে। তেওঁলোকৰ কন্যা সন্তানটিৰ নাম ৰাছিছে ৰাবিয়া।
কাৰ্বি আংলঙৰ দূৰ্গম এলেকাত থকা বাসিন্দাসকলৰ যন্ত্ৰণাময় দৃশ্য দেখি আপোনাৰো বুকু কঁপি উঠিব ! এয়াই সত্য | কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ২৫ নং নিলীপ পৰিষদীয় সমষ্টিৰ লৱাৰ তাৰাপুঙৰ ছাই তাৰ’ গাঁৱৰ দৃশ্য এয়া | গাঁওখনৰ ৰলেন ৰংপিৰ পত্নী ৰবিকা ইংতিপী সুদীৰ্ঘ দিন ধৰি অসুস্থ হৈ আছিল | তাৰাপুং