বিবাহ সম্পন্ন হ’ল পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহপাশত আবদ্ধ হ’ল বলীউডৰ অভিনেত্ৰী পৰিণীতি চৌপ্ৰা আৰু আপৰ নেতা ৰাঘৱ চড্ডা।দেওবাৰে উদয়পুৰৰ লীলা পেলেচত বিবাহৰ বান্ধোনত বান্ধ খালে দুয়ো।
Author: Shahnawaz Hamza
অভিলেখ!এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰে। এছিয়ান গেমছৰ পদক তালিকাৰ পঞ্চম স্থানত ভাৰত। বৰ্তমানলৈকে ১১টা পদক লাভ কৰিছে ভাৰতে। ইয়াৰ
গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত 🔷 দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে পিতৃক কৃত্ৰিম হাত এখনহে লগাই দিবলৈ পৰামৰ্শ আৰক্ষীৰ।
এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলে অৰ্জন কৰিলে স্বৰ্ণ পদক। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত হোৱা ক্ৰিকট প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১৯ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে
এইবাৰ আৰক্ষীৰ ৰূপত দিছপুৰৰ বিধায়ক অতুল বৰা । ‘মাৰ কপালত তেজ’ শীৰ্ষক চিনেমাত আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় অতুল বৰাৰ