কাইলৈৰ পৰা চীনৰ হাংঝৌত অনুষ্ঠিত হবলগীয়া এছিয়ান গেমছলৈ অসমৰ ৭ সু-সন্তান… 🔷 প্ৰথমবাৰলৈ এছিয়ান গেমছত অংশগ্ৰহণ লাভলীনা বৰগোহাঁহাই, ক্ৰিকেটাৰ উমা ছেত্ৰী আৰু এথলীট অম্লান বৰগোহাঁইৰ। 🔷 সমগ্ৰ বিশ্বৰ ৪৫ খন দেশৰ ১২ সহস্ৰাধিক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব এছিয়ান গেমছত।
Author: GTM Desk
চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্রম আৰু ৰোভাৰ প্রজ্ঞান সন্দৰ্ভত ইছৰোৰ পৰা আহিছে এই বিশেষ খবৰ লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞানৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা চলাই আছে ইছৰোৱে । কিন্তু পঠিওৱা সংকেতৰ কোনোধৰণৰ সহাৰি লাভ কৰা নাই লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞানৰ পৰা । টুইটযোগে এই কথা সদৰী কৰিলে ইছৰোৱে। উল্লেখযোগ্য যে
🔵 কামৰূপ জিলা প্ৰশাসনক গোচৰ ৰুজু কৰি উচিত তদন্ত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। 🔵 গ্ৰীণলেম ইণ্ডাষ্ট্ৰীজৰ অনুষ্ঠানত কৰা হৈছিল বিহুৰ বিকৃতকৰণ।
হাফিদুৰ ইছলামৰ বাসগৃহৰ ওপৰত প্ৰত্যক্ষ হয় সেউজীয়া ৰঙৰ পাকিস্তানৰ পতাকা সদৃশ তিনিখনকৈ পতাকা। কলকাতাৰ পৰা কাঠৰ আলমিৰা বনোৱাৰ কাম কৰিবলৈ অহা মিস্ত্ৰী হামিদুলক লৈ অতিষ্ঠ হৈ পৰিছে নগাঁৱৰ সাধাৰণ জনতা। মাত্ৰ কেইটামান বছৰৰ ভিতৰতে সাধাৰণ মিস্ত্ৰীৰ পৰা কোটিপতি ব্যৱসায়ী হোৱা শ্বেইখ হামিদুল ইছলাম নামৰ এইগৰাকী ব্যৱসায়ীৰ বাবেই আজি পুৱা নগাঁৱত
‘কোনো বিদ্যালয় বন্ধ নহয়৷ বহনক্ষম ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়সমূহক একত্ৰীকৰণ কৰা হ’ব৷’ ৰাজ্যৰ ১১ হাজাৰ বিদ্যালয়ৰ একত্ৰীকৰণৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়– ‘প্ৰায় ১১ হাজাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩০তকৈ কম৷ এই বিদ্যালয়সমূহ কিমান দূৰত্বত অৱস্থিত সেইটো আমি আছাম স্পেচ এপ্লিকেশ্বন চেণ্টাৰৰ পৰা তেওঁলোকৰ চেটেলাইট মেপেৰে উলিয়াইছোঁ৷