মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা পাপ্ত হয়।( Assamese Fact ) *নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়। *শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল
Author: GTM Desk
আমাৰ সকলোৰে ঘৰত এখন পূজা স্থল থাকে।তাত সকলোৱে ভগৱানৰ প্ৰতিমা ফটো স্থাপিত কৰি পূজা-অৰ্চনা কৰে।আমাৰ হিন্দু শাস্ত্ৰত বহু কেইগৰাকী দেৱী-দেৱতা আছে।ইয়াৰে মাজত কোনজন ভগৱানৰ পূজা কৰিবৰ বাবে-ঘৰত ৰখা হয়-ইয়াৰ বিষয়ে সকলোৱে নাজানে।( Religious Studies ) *ঘৰত সূৰ্য্য ভগৱান- ভগৱান শ্ৰী গণেশ, শ্ৰী বিষ্ণু,ভগৱান শংকৰ, বীৰ হনুমান, মা দূৰ্গা আৰু অন্য
Pan Card : পেন কাৰ্ড অত্যন্ত গুৰুত্বপূৰ্ণ নথি, যি এফালে পৰিচয় পত্ৰ, আনহাতে আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ প্ৰধান সহায়ক। কিন্তু পেন কাৰ্ড পুৰণি হ’লে কি কৰা উচিত? বহুতৰ ওচৰতে পুৰণি পেন কাৰ্ড আছে, সেয়া ১০, ২০ বছৰ পুৰণি। এই পুণি পেন কাৰ্ডবোৰ ৰং নষ্ট হৈ যোৱা দেখা যায়। স্বাক্ষৰো অস্পষ্ট
লখিমপুৰত দুৰ্ঘটনাত পতিত অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী। লালুকৰ পুখুৰীয়াত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এছক’ৰ্টত খুন্দিয়ালে মন্ত্ৰীৰ বাহনে। কথমপি প্ৰাণৰক্ষা অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ। দুৰ্ঘটনাগ্ৰস্থ ফৰ্চুনাৰখনৰ নম্বৰ AR 01L 0028। পাছিঘাটৰ পৰা লখিমপুৰ হৈ ইটানগৰলৈ গৈ আছিলমন্ত্ৰীগৰাকী।
নগাঁৱৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ সুনামত কালিকা সানিলে এজন শিক্ষকে। পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে। অভিযোগৰ পাছতে অভিযুক্ত শিক্ষকক কাণত ধৰাই আঠুকঢ়ালে ৰাইজে। শিক্ষক গৰাকী অধৰ ঠাকুৰীয়া বুলি চিনাক্ত হৈছে। এই ঘটনাক লৈ বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ছাত্ৰী গৰাকীক