আজি ৰাজ্যজুৰি “অমৃতবৃক্ষ” আন্দোলনৰ সামৰণি অনুষ্ঠান। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণিস্বৰূপে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হ’ব ১ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই কাৰ্যসূচীৰ বাবে ইতিমধ্যেই সাজু কৰি তোলা হৈছে যাৱতীয় প্ৰচেষ্টা। এই উপলক্ষে দেওবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আয়োজন
Author: GTM Desk
হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি সপ্তাহৰ ৭টা দিনৰে নিজা গুৰুত্ব আছে। বিশ্বাস অনুসৰি, প্ৰতিটো দিনেই একো একোজন দেৱতাৰ দিন। দেওবাৰৰ দিনটো ভগৱান সূৰ্যৰ দিন।সূৰ্য ভগৱান হৈছে স্বাস্থ্য, জীৱন আৰু শক্তিৰ দেৱতা।যাৰ বাবে এই দিনটোত সূৰ্যৰ উপাসনা কৰিলে বিশেষ ফল লাভ কৰিব পাৰি বুলি বিবেচনা কৰা হয়।পিছে এই দিনটোত সূৰ্যক উপাসনা কৰাৰো
দেশ-বিদেশৰ ভক্তসকলে এইবছৰ ১৮ ছেপ্টেম্বৰৰ পৰা গণেশ চতুৰ্থী উদযাপন কৰিব।গণেশ চতুৰ্থীত এইবেলি বহুতো বিৰল ঘটনা ঘটিছে, যাৰ বাবে এই উৎসৱটো আৰু বেছি বিশেষ হ’ব। জ্যোতিষীসকলৰ মতে, ৩০০ বছৰৰ পিছত এইবোৰ গণেশ চতুৰ্থীত একেলগে তিনিটা শুভ যোগ পৰিছে।এই দিনটোতে ব্ৰহ্মা, যোগ, শুক্লা যোগ আৰু শুভ যোগ থাকিব।এইবাৰ গণেশ চতুৰ্থী তিনিটা ৰাশিৰ
গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হোৱা বোৱাৰীৰ ৰহস্যজনক মৃত্যু ঘটনা সন্দৰ্ভত দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটক কৰা লোক দুজন হৈছে ৰহস্যজনক মৃত্যুক সাৱটি লোৱা চেলিমা বেগমৰ স্বামী ছাইদুৰ ৰহমান আৰু শহুৰেক ছিদ্দিক আলীক। আনহাতে ঘটনা সন্দৰ্ভত চেলিমাৰ শাহুগৰাকীকো সোধা-পোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে, চেলিমা বেগমৰ মৃত্যুৰ পাছতে এয়া হত্যাকাণ্ড বুলি
সমগ্ৰ তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যবাসীৰ বাবে আছে এক সুখবৰ । তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আকাংক্ষা হাজৰিকাই । কিয়নো, ভাৰতৰ ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ আকাংক্ষা হাজৰিকা । ইতিমধ্যে ইন্দো-বাংলাদেশ আন্তৰ্জাতিক হেণ্ডবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিলে আকাংক্ষাই । আকাংক্ষা হাজৰিকাৰ ঘৰ তিনিচুকীয়াৰ বাঘজান চাহ বাগিচাত । আকাংক্ষাই ভাৰতীয় ছোৱালী হেণ্ডবল দললৈ