Author: Shahnawaz Hamza

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ হাৱালা কেলেংকাৰী, ৭.৬২ কোটি টকাৰ কেলেংকাৰীক লৈ ইডিৰ অভিযান

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ হাৱালা কেলেংকাৰী, ৭.৬২ কোটি টকাৰ কেলেংকাৰীক লৈ ইডিৰ অভিযান

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ হাৱালা কেলেংকাৰী। ৭.৬২ কোটি টকাৰ কেলেংকাৰীক লৈ ইডিৰ অভিযান। কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত ইডিৰ অভিযান। অভিযানত জব্দ হৈছে ১.৮২ কোটি টকাৰ বীমা পলিচী।