Author: GTM Desk

বাৰাণসীত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম

বাৰাণসীত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৩ ছেপ্টেম্বৰত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰাৰ কথা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰপ্ৰদেশত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামো ৰাইজক উপহাৰ দিয়াৰ কথা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰাণসীৰ গঞ্জাৰীত এই ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব।

ৰোডিজ, বিগ বছ খ্যাত কৃতিৰ ওপৰত EDৰ শেনচকু, ২৬৩ কোটিৰ কেলেংকাৰিত অভিনেত্ৰীৰ নাম

ৰোডিজ, বিগ বছ খ্যাত কৃতিৰ ওপৰত EDৰ শেনচকু, ২৬৩ কোটিৰ কেলেংকাৰিত অভিনেত্ৰীৰ নাম

মায়া নগৰীত চাঞ্চল্য। EDৰ ৰোষত সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী কৃতি বাৰ্মা। কৰ বিভাগত ২৬৩ কোটি টকাৰ নাম সাঙোৰ খাইছে কৃতিৰ। ED ৰ চাৰ্জশ্বিটত নাম সোমোৱাৰ পাছত গ্ৰেপ্তাৰ হোৱাৰ উপক্ৰম হৈছে কৃতি বাৰ্মা। ৰোডিজ, বিগ বছ আদি জনপ্ৰিয় ৰিয়েলিটী শ্ব’ৰ অন্যতম প্ৰতিযোগী আছিল কৃতি বাৰ্মা। সৰু পৰ্দাৰ যোগেৰে দেশবাসীৰ এটা চিনাকি

মহানগৰীত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ নতুন মোৰ, পিতৃৰ এজাহাৰৰ পিছতে গ্ৰেপ্তাৰৰ সম্ভাৱনা স্বামীক

মহানগৰীত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ নতুন মোৰ, পিতৃৰ এজাহাৰৰ পিছতে গ্ৰেপ্তাৰৰ সম্ভাৱনা স্বামীক

আঠমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা চাবুৱাৰ ভাগ্যলক্ষ্মী দুৱৰাৰ মৃত্যুক সহজে ল’ব পৰা নাই পৰিয়ালৰ লোকে। আজি বুধবাৰে পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰিলে পিতৃয়ে। যৌতুক আৰু ধন দাবীৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে পিতৃয়ে। এতিয়া শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে স্বামী নীলিম আকাশ মেধি। গুৰুত্বপূৰ্ণ যে ভাগ্যলক্ষ্মীয়ে কালি লিখি থৈ যোৱা

ৰাতিটোৰ ভিতৰতে কোটিপতি! অনলাইন গেম খেলি ১ কোটি টকা জিকিলে মাছ বিক্ৰেতাই

ৰাতিটোৰ ভিতৰতে কোটিপতি! অনলাইন গেম খেলি ১ কোটি টকা জিকিলে মাছ বিক্ৰেতাই

ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ল মাছ বেপাৰী বিনোদ কুমাৰ দাস। ৮ ঘণ্টাত সলনি হৈ গ’ল বিনোদৰ জীৱন। দুদিন আগলৈকে চাইকেলৰ কেৰিয়াৰত বান্ধি লোৱা ড্ৰামত ঘৰে ঘৰে মাছ বিক্ৰী কৰি ফুৰিছিল বিনোদে। নৈৰ ঘাটৰ পৰা পুৱাই কিনি লোৱা মাছখিনিৰ লগতে বিনোদৰ সাৰথি আছিল এটা এনৰয়ড ফোন। এক কথাত সেই মোবাইলটোৱেই সলনি কৰি

এতিয়াৰ পৰা ‘চুতীয়া’ শব্দটো ব্যৱহাৰ কৰোতে সাৱধান হওক!

এতিয়াৰ পৰা ‘চুতীয়া’ শব্দটো ব্যৱহাৰ কৰোতে সাৱধান হওক!

এতিয়াৰ পৰা ‘চুতীয়া’ শব্দটো ব্যৱহাৰ কৰোতে সাৱধান হওক। ইচ্ছা কৰিলেই যেতিয়াই মন যায় তুচ্ছ তাচ্ছিল্য কৰিবলৈ ‘চুতীয়া’ শব্দটো কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব৷ ‘চুতীয়া’ শব্দটো ব্যৱহাৰক লৈ শীঘ্ৰে আহিব পাৰে কঠোৰ আইন৷ অসমৰ এক পুৰণি জনগোষ্ঠী চুতীয়া জনগোষ্ঠী৷ চুতীয়া জনগোষ্ঠীৰ লোকসকলৰ মনত আঘাত দি সময়ে সময়ে তুচ্ছ তাচ্ছিল্য, অশালীন অৰ্থত ব্যৱহাৰ