ছাজিদৰ চাকৰি নাই, ব্যৱসায়ো মন্দা। গেলামালৰ দোকানত দীঘলীয়া হৈ আহিছে ছাজিদৰ বাকীৰ খাতা। হাতত ফুটাকড়ি এটাও নাই। মোবাইল এছেচৰিজৰ দোকানখনতো নহা হৈছে গ্ৰাহক, কাজেই মুড বেয়া ছাজিদৰ। পুৱাই ঘৰৰ পৰা ওলাই অহা ছাজিদে ইফালে সিফালে ঘুৰি ফুৰে দিনৰ দিনটো। তেনেকৈ ঘুৰি ফুৰাৰ মাজতে এদিন দুপৰিয়া ঘৰলৈ উভতি গৈছিল ছাজিদ। কিন্তু
Author: GTM Desk
৩,০০০ টকা ঘোচ লৈ মঙলদৈত হাত দাঙিলে জিলা কৃষি বিষয়া বিদুৎ কুমাৰ তালুকদাৰে। ঘোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰণ শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে জিলা কৃষি বিষয়াগৰাকীক।
এফালে নীলিম জলৰাশি, আনফালে সুন্দৰী যুৱতীৰ অৰ্ধনগ্ন মৃতদেহ। সুন্দৰীৰ মৃতদেহ দেখি আতংকিত হৈ পৰিল বটল বুটলিবলৈ যোৱা কিশোৰ। উৎকট গৰমতো মন্দাৰমনিলৈ সোঁত কমা নাই পৰ্যটকৰ। দেশী–বিদেশী অনেক পৰ্যটকে প্ৰাণ ভৰি উপভোগ কৰিছে সাগৰ পাৰৰ সৌন্দৰ্য। চৌদিশে কেৱল হাঁহি-ফূৰ্তি-আনন্দ। খোৱাই খাইছে, কোনোৱে জোৱাৰ-ভাটাত বিলীন কৰি দিছে নিজকে। দ্ৰুততাৰে পাৰ হৈ গৈ
পাছবছৰ পূৰ্বে লৰাজনৰ কমেণ্ট বক্স গালি,তাচ্ছিল্যৰে ভৰি পৰিছিল। ইমান ধুনীয়া ছোৱালীজনীক এই কলামলা লৰাটোৱে বিয়া কৰাব কিয় , তাকে লৈ গালি। শ্বাহৰুখ খানৰ ফেন লৰাজন যেতিয়া অভিনেতাজনৰ ঘৰলৈ এবাৰ যাব খুজিছিল গেটেই পাৰ হ’ব দিয়া নাছিল নিৰাপত্তাৰক্ষীয়ে । আজি জৱানৰ অভাৱনীয় সফলতাৰে এটলি ওৰফে অৰুণ কুমাৰে নামৰ এই লৰাজনে পাইছে
বিৰাট কোহলী আৰু কে এল ৰাহুলৰ বিস্ফোৰক শতকীয় ইনিংছ আৰু কুলদীপ যাদৱৰ দৰ্শনীয় বলিঙত বিধ্বস্ত পাকিস্তান। ভাৰতৰ হাতত পাকিস্তানে ২২৮ ৰানত পৰাজয়বৰণ কৰিবলগীয়া হয়। প্ৰতিদ্বন্দ্বী পাকিস্তানক ২২৮ ৰানত পৰাস্ত কৰি এছিয়া কাপ ছুপাৰ ৪ ৰাউণ্ডত প্ৰৱেশ কৰে ভাৰতে। ২৫ ৰানৰ বিনিময়ত ৫ টা উইকেট দখল কৰা কুলদীপ যাদৱে খেলত নিৰ্ণায়ক