Author: GTM Desk

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ বিকৃত ৰূপত অসমীয়াৰ হিয়াৰ আমঠু বিহু

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ বিকৃত ৰূপত অসমীয়াৰ হিয়াৰ আমঠু বিহু

পুনৰ বিকৃত ৰূপত উপস্থাপন হ’ল অসম-অসমীয়াৰ স্বাভিমান বিহু। এইবাৰ দেশৰ ৰাজধানীত বিদেশী ৰাষ্ট্ৰপ্রধানৰ সন্মুখত বিকৃত ৰূপত উপস্থাপন কৰা হ’ল অসমৰ সংস্কৃতি বিহুক। যাকলৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকত অংশ ল’বলৈ অহা বৃটিছৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে জি-২০ৰ আয়োজকে আয়োজন কৰিছিল বিশেষ অনুষ্ঠানৰ।

পলাতক এ এছ পি শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ

পলাতক এ এছ পি শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ

অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল বনকৰা মহিলাক নিৰ্মম অত্যাচাৰ চলোৱা অভিযোগত অভিযুক্ত চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই। শনিবাৰে পুৱা আত্মসমৰ্পণ কৰে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীয়ে। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁ আত্মসমৰ্পণ কৰে। নিজ বাসগৃহত বনকৰা হিচাবে থকা এগৰাকী মহিলাক এ এছ পি গৰাকীয়ে গৰম পানী ঢলাকে আদি কৰি অকথ্যভাবে

শিলসাঁকোৰ উচ্ছেদিতলৈ ক্ষতিপূৰণৰ ধন মুকলি জিলা প্ৰশাসনৰ

শিলসাঁকোৰ উচ্ছেদিতলৈ ক্ষতিপূৰণৰ ধন মুকলি জিলা প্ৰশাসনৰ

শিলসাঁকো বিলত উচ্ছেদিত সকলৰ বাবে শুকুৰবাৰে কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পুঁজিৰ এককালীন সাহাৰ্য আৱণ্টন দিয়া হৈছে। এই আৱণ্টিত ধন মুকলাই দিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই ৷ প্রথম পৰ্যায়ত ৭৫লাখ টকাৰ সাহাৰ্য আৱণ্টন জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ। এই ক্ষেত্ৰত উচ্ছেদিত ৫টা আৰ

ঘোচ লৈ গ্ৰেপ্তাৰ FCIৰ গাণনিক বিষয়া

ঘোচ লৈ গ্ৰেপ্তাৰ FCIৰ গাণনিক বিষয়া

📎ঘোচ লৈ গ্ৰেপ্তাৰ FCIৰ গাণনিক বিষয়া 📎তেজপুৰত CBIৰ জালত পৰিল আব্দুল লতিফ 📎বিল পাছ কৰাৰ নামত দাবী কৰিছিল ১.৩০ লাখ টকা 📎ব্যৱসায়ীৰ পৰা ধন লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ 📎FCIৰ তেজপুৰ মণ্ডলৰ গাণনিক বিষয়া লতিফ

কটনত অনুষ্ঠিত হয় ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা তৰ্ক প্ৰতিযোগিতা

কটনত অনুষ্ঠিত হয় ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা তৰ্ক প্ৰতিযোগিতা

গুৱাহাটী, ৮ ছেপ্টেম্বৰ: আজি কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ উদ্যোগত ৪১ সংখ্যক মাণিক চন্দ্ৰ বৰুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসম, মেঘালয়, দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ২৬ খন অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানৰ পৰা ৫২ গৰাকী অংশগ্ৰহণকাৰীয়ে এই প্ৰতিযোগিতাত যোগদান কৰে।