নিউজ ব্যুৰ’,নগাঁও,৭ছেপ্তেম্বৰ:– সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱসটি মৰিগাঁৱতো বুধবাৰে দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয় ৷ এই উপলক্ষে মৰিগাঁৱৰ নিপুণ ডেকা স্মৃতি সদনত পুৱা ৯ বজাত কবি সন্মিলনৰ পতাকা উত্তোলন কৰে মৰিগাঁও জিলা সভাপতি আবুল হাছেম আল আমানে আৰু স্মৃতি তৰ্পণ কৰে বিশিষ্ট শিল্পী,কবি,শিক্ষাবিদ তথা সন্মিলনৰ উপদেষ্টা আশোক ডেকাই ৷
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,৬ছেপ্টেম্বৰ:–সদৌ অসম কবি সন্মিলনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে নগাঁও জিলাৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত আৰু জিলা কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত হৈ যায় । কামপুৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত দিৱসৰ পুৱা অনুষ্ঠানৰ পতাকা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই। ইয়াৰ পাছতে সদৌ অসম
নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–পবিত্ৰ ভাদ মাহত হোমৰ জুইক সাক্ষী কৰি মঙলবাৰে যুগ্ম জীৱন আৰম্ভণি কৰিলে শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্তই। নীলপৱনবৰুৱা -দীপালি বৰঠাকুৰৰ দৰে অমৰ প্ৰেমৰ কাহিনীৰ সাক্ষী হৈ ৰ’ল শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্ত । মাংগলিক ৰীতি নীতিৰে নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত সোণাইপাৰৰ গৌৰীনাথ শিৱ মন্দিৰত হোমৰ জুইত
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত ৰাজ্যপাল কাটাৰীয়া ঃ পাঠ্যক্ৰমৰ শুভ উদ্বোধন যিখন দেশত শিক্ষাৰ মন্দিৰ মজবুট হ’ব, সেইখন দেশৰ ভৱিষ্যত মজবুট –কাটাৰীয়া মাকে সন্তান জন্ম দিয়ে, কিন্তু জীৱন দিয়ে শিক্ষকে–কাটাৰীয়া মই এইখনেই প্ৰথম বিশ্ববিদ্যালয় পালোঁ য’ত ইউ পি এছ চি, এপিএছচি আদিৰ বাধ্যতামূলক পাঠদান হ’ব ঃ ৰাজ্যপাল উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ
গুৱাহাটী প্ৰেছ ক্লাবত ট্ৰেইলাৰ-গীত প্ৰদৰ্শন গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ সম্প্ৰতি মুক্তিৰ ক্ষণ গণি থকা নতুন অসমীয়া চলচ্চিত্ৰ ‘এটি নক্ষত্ৰ’ অহা ৬ অক্টোবৰত অসমৰ লগতে দেশৰ কেবাখনো মহানগৰৰ চিত্ৰগৃহত মুক্তি দিয়া হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি চলচ্চিত্ৰখনিৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে ছবিখনিৰ ট্ৰেইলাৰ আৰু এটি