মাথোঁ কেইদিনমান পূৰ্বে বৈষ্ণোদেৱী মন্দিৰত পূজা দিয়া বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে মঙলবাৰে নিজৰ নতুন ছবি ‘জৱান’ৰ মুক্তিৰ ঠিক পূৰ্বে তিৰুপতি মন্দিৰত পূজা আগবঢ়ায়৷ মঙলবাৰে দক্ষিণ ভাৰতীয় ধুতি আৰু মুণ্ড পৰিধান কৰি কন্যা সুহানাৰ সৈতে তিৰুপতি মন্দিৰত ৪০ মিনিট অতিবাহিত কৰে শ্বাহৰুখ কানে৷ ‘জৱান’ ছবিৰ মুক্তিৰ পূৰ্বে শ্বাহৰুখ খানে ইটোৰ পাছত
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–পুৰণি পেঞ্চন নীতিৰ মূল দাবীকে ধৰি বিভিন্ন সমস্যা সমাধানৰ প্ৰতিবাদৰে মঙলবাৰৰ পৰা দেশজুৰি আৰম্ভ হোৱা “ভাৰত যাত্ৰা” নামৰ প্ৰতিবাদী কাৰ্যসূচীৰ দলটিক গুৱাহাটীৰ পৰা নগাঁও জিলাৰ বেবেজীয়াত উপস্থিত হোৱাত বিপুলভাৱে আদৰণি জনোৱা হয় । এই উপলক্ষে টোকোলাই বেবেজীয়া প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত সন্ধিয়া এক আদৰণি সভা অনুষ্ঠিত হয় । নগাঁও মহকুমা
বটদ্ৰৱাত শোকৰ ছাঁ। জ্বৰত আক্ৰান্ত হৈ মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ। ছাত্ৰীগৰাকীৰ নাম দৰ্শনা কলিতা। তিনিদিনৰ আগত জ্বৰত আক্ৰান্ত হোৱাত দৰ্শনাক নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰিছিল পৰিয়ালৰ লোকে। ইয়াৰ পাছত মঙলবাৰে নিশা গুৰুত্বৰ ভাবে অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে চিকিৎসকে। চিকিৎসালয়লৈ নি থকা অৱস্থাত আদবাটতে মৃত্যু
अरबाज खान संग रिश्ते को लेकर चर्चा में रहने वाली इटालियन एक्ट्रेस जॉर्जिया एंड्रियानी एक बार फिर खबरों में आ गई हैं। एक्ट्रेस सोशल मीडिया पर खूब एक्टिव रहती हैं और अपनी बोल्ड अदाओं से अक्सर इंटरनेट का पारा बढ़ाती हैं। वहीं अब वह अपने साउथ सिनेमा में डेब्यू को
কোকৰাঝাৰ জিলা আৰু বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে নহৰুল ইছলাম নামৰ এটা অপৰাধীক ত্ৰিশ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে । তদুপৰি জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড ৰায়দান দিছে কোকৰাঝাৰ জিলা আৰু বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতে। উল্লেখ্য যে ২০২১ চনৰ ২ আগষ্টৰ নিশা প্ৰায় ২মান বজাত অভিযুক্ত