মানিমুনি এবিধ বনৌষধি উদ্ভিদ ৷ ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা ত্ৰিছয়াটিকা ৷ এইবিধ উদ্ভিদ সাধাৰণতে জেকা সেমেকা মাটিত হোৱা জলজ উদ্ভিদ ৷ ই একেলগে থূপ পাতি থাকে ৷ গা-গছৰ ঠাৰিডাল দীঘল হয় ৷ ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায় ৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি
Author: GTM Desk
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটৰ নাকাচেকিঙত পুৱা ৫ বজাত পুনৰ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ বিহালী আৰক্ষীৰ। তথ্য মতে বিহালী আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বেই বিশেষ সূত্ৰৰ উমান পায় বুৰৈঘাটত নাকাচেকিঙ লগাই। ইয়াৰ পিছতে অৰুনাচলৰ নাহৰলগুনৰ পৰা ধুবুৰীলৈ লৈ যোৱা ML10-C-8375 গৰু ভৰ্তি ট্ৰাকখনৰ
চকু আমাৰ শৰীৰৰ আটাইতকৈ সূক্ষ্ম অংশ। যদি চকুৰ সঠিক যত্ন লোৱা নহয়, তেনেহলে দৃষ্টিশক্তি হ্ৰাস হৈ আপুনি চশমাৰ ওপৰত ভৰষা কৰিবলগীয়া হ’ব পাৰে।সম্প্ৰতি, অধিকাংশ লোকেই ম’বাইল, টিভি আৰু লেপটপত অধিক সময় অতিবাহিত কৰে। যি হৈছে চকু দুৰ্বল হোৱাৰ মূখ্য কাৰণ।চকুৰ জ্বলা-পোৰা, সঘনাই চকুপানী ওলোৱা, মূৰৰ বিষ আদি হৈছে চকু দুৰ্বল
নিখোঁজ পাণবজাৰ মহিলা থানাৰ কনিষ্টবল শৰাইঘাট দলঙত উদ্ধাৰ গায়ত্ৰীৰ চেণ্ডেল, ম’বাইল, চশমা শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত আছিল গায়ত্ৰী হাজৰিকা গায়ত্ৰীৰ নামত উদ্ধাৰ কৰা হৈছে এখন ছুইচাড নোট
আজিৰ তাৰিখত বিশ্বব্যাপী ১০ জন ব্যক্তিৰ ভিতৰত ৪জনেই থাইৰইডৰ দৰে বিপদজনক ৰোগত আক্ৰান্ত। মেদবহুলতা, হৰমনৰ ভাৰসাম্যহীনতা আৰু ভুল জীৱনশৈলীয়েই হৈছে এই ৰোগৰ মুখ্য কাৰণ। ই দুই প্ৰকাৰৰ। ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ কি আৰু আপুনি ইয়াৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত কৰিব পাৰে, আজি এই বিষয়ে জানো আহক- থাইৰইডৰ লক্ষণ . হাত-ভৰিৰ কঁপনি।