নিউজ ব্যুৰ’,নগাঁও,৪ছেপ্টেম্বৰ:–বিগত আঢ়ৈ দশক জুৰি সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণত ব্ৰতী হৈ থকা ব্যতিক্ৰমী অনুষ্ঠান নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ ২৪সংখ্যক বাৰ্ষিক মুকলি অধিৱেশনখন আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে মঞ্চৰ নিজা ভৱন ‘আনন্দম’ত সভাত সভাপতিত্ব কৰে অধ্যাপক,সংস্কৃতজ্ঞ গুণ শইকীয়াই। বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সাহিত্যিক,সদৌ অসম
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,৩ছেপ্টেম্বৰ:–যিমানেই ৰাজ্য চৰকাৰখনে ৰাজ্যখন দুৰ্নীতি মুক্ত কৰাৰ কথা কৈ আহিছে সিমানেই ন ন কেলেংকাৰীৰ কথা পোহৰলৈ আহিছে। নগাঁও জিলাৰ কামপুৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা । জানিব পৰা মতে জালিয়াতিৰে মৃত্যু হোৱা মানুহৰ নামত থকা মাটি বিক্ৰী কৰে এটি দালাল চক্ৰই। উল্লেখ্য যে কামপুৰৰ পাচনীজাৰ কৃষ্ণ
হাৰ্ট এটেকৰ ঘটনাবোৰ এতিয়া সমগ্ৰ দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। হাৰ্ট এটেকৰ ফলত যিকোনো বয়সৰ লোকে যিকোনো সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হৈছে। অৱশ্যে, হৃদৰোগ বৃদ্ধি পোৱাৰ বহু কাৰণো আছে। অস্বাস্থ্যকৰ জীৱনশৈলীয়েই হৈছে ইয়াৰ মূল কাৰণ। হয়, অত্যাধিক জাংক ফুড আৰু নিমখ খোৱাৰ ফলত হৃদৰোগীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। যদি
বিতৰ্কিত শুভলক্ষ্মীক বিচাৰি গুৱাহাটীত শিৱসাগৰ আৰক্ষীৰ দল। প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ঘৰত আৰক্ষীৰ অভিযান। বিধায়কগৰাকীৰ ছয়মাইলস্থিত বাসগৃহত আৰক্ষীয়ে চলালে অভিযান। শুভলক্ষ্মী দত্তই আত্মগোপন কৰি থকাৰ সন্দেহত আৰক্ষীৰ অভিযান। আৰক্ষী অহাৰ উমান পাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন শুভলক্ষ্মীৰ। বনকৰা মহিলা অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ শুভলক্ষ্মীৰ বিৰুদ্ধে। অনিমা প্ৰজাৰ নামৰ মহিলাগৰাকীৰ
গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ অবধ এক্সপ্ৰেছৰ পৰা জব্দ বাৰ্মিজ চুপাৰিখিনি RPFৰ সহযোগত GRPএ জব্দ কৰে চুপাৰিখিনি জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা ডিমাপুৰৰ পৰা অনা হৈছিল বাৰ্মিজ চুপাৰিখিনি।