Author: GTM Desk

২ ছেপ্তেম্বৰৰ দুপৰীয়া ১১. ৫০ বজাত সূৰ্য অভিমুখে ৰাওনা হ’ব ADITYA L1 মহাকাশযান

২ ছেপ্তেম্বৰৰ দুপৰীয়া ১১. ৫০ বজাত সূৰ্য অভিমুখে ৰাওনা হ’ব ADITYA L1 মহাকাশযান

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মহাকাশ যানখনৰ উৎক্ষেপণৰ সময় নিশ্চিত কৰি সংবাদ মাধ্যমক ইতিমধ্যে জানিবলৈ দিছে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা PSLV-C57 ৰকেটে মহাকাশলৈ পঠিয়াব ADITYA L1। ADITYA L1য়ে সূৰ্য অভিমুখে গতি কৰিব ১২৭টা দিন ধৰি। সূৰ্যৰ বিভিন্ন দিশ, চৰিত্ৰ, বতৰ সন্দৰ্ভত নিৰীক্ষণ কৰিব এই মহাকাশযানে। পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত LAGRANGE

আন্তঃৰাষ্ট্ৰীয় এমি বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰযোজক হিচাপে পৰিগণিত হ’ব একতা কাপুৰ

আন্তঃৰাষ্ট্ৰীয় এমি বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰযোজক হিচাপে পৰিগণিত হ’ব একতা কাপুৰ

মনোৰঞ্জন জগতৰ অন্যতম শ্ৰেষ্ঠ টেলিভিছন আৰু চলচ্চিত্ৰ প্ৰযোজক একতা কাপুৰ । বালাজী টেলিফিল্মছ নামেৰে একতাৰ নিজা প্ৰডাকচন হাউচ আছে, যিটো 1994 চনত প্ৰতিষ্ঠা হৈছিল । একতাই ‘নাগিন’, ‘কিউংকি সাছ ভি কভি বহু থি’, ‘কুমকুম ভাগ্য’, ‘কচটি জিন্দেগী কি’ আৰু ‘বড়ে আচ্ছে লগতে হ্যায়’ আদি জনপ্ৰিয় টেলিভিছন শ্ব’ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন

ডা০ ৰবি কান্নান আৰলৈ ৰমন মেগছেছে ২০২৩ বঁটা। একমাত্ৰ ভাৰতীয় হিচাপে কান্নানলৈ এই বঁটা প্ৰদান

ডা০ ৰবি কান্নান আৰলৈ ৰমন মেগছেছে ২০২৩ বঁটা। একমাত্ৰ ভাৰতীয় হিচাপে কান্নানলৈ এই বঁটা প্ৰদান

এই বৰ্ষৰ ৰমন মেগছেছে বঁটা লাভ কৰা কন্নন একমাত্ৰ ভাৰতীয়। ডা০ ৰবি কান্নান আৰ হৈছে কাছাৰ কেন্সাৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎক। একমাত্ৰ ভাৰতীয় হিচাপে ডা০ কান্ননলৈ এই বঁটা প্ৰদান কৰাত উৎফল্লিত হৈ পৰিছে হাস্পতাল কৰ্তৃপক্ষ।

নগাঁও ছোৱালী মহাবিদ্যালয়ত উপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বক্তৃতানুষ্ঠান সম্পন্ন

নগাঁও ছোৱালী মহাবিদ্যালয়ত উপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বক্তৃতানুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৩১আগষ্ট:– “জাতি-মাটি-ভেটিৰ অধিকাৰৰ বিষয়ে কথা-সাহিত্যৰ মাজেৰে অসমৰ সহজ-সৰল মানুহক সকীয়াই দিয়া এজন আচল মানুহ আছিল হিতেশ ডেকা। নিজ দেশ,নিজ মানুহ, ওপজা মাটি,জাতি-ভাষা-সংস্কৃতিৰ উপাসক হিতেশ ডেকাৰ উপন্যাস ৰাজিৰ মাজত স্বৰাজোত্তৰ কালৰ অসমৰ সামাজিক,ৰাজনৈতিক, অৰ্থনৈতিক আৰু ব্যক্তি মানসৰ বাস্তৱ প্ৰতিফলন ঘটিছে । বিশেষকৈ পঞ্চাশৰ দশকৰ পৰা সত্তৰৰ দশকৰ সময়ছোৱাত সংঘটিত চীন-ভাৰত

নীলাচল উৰণসেতুত প্ৰথমটো পথ দুৰ্ঘটনা

নীলাচল উৰণসেতুত প্ৰথমটো পথ দুৰ্ঘটনা

উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই নীলাচল উৰণসেতুত অঘটন। নৱনিৰ্মিত সেতুখনত সংঘটিত হৈছে প্ৰথমটো পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে ট্রাকে খুন্দিয়ালে GMCৰ চাফাই কৰ্মীৰ ঠেলাগাড়ী। উৰণ সেতুখনৰ কামাখ্যা গেটৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাৰ ফলত সামান্য পৰিমাণে এগৰাকী চাফাই কৰ্মী আঘাতপ্রাপ্ত হয়। ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখন