🔴অংকিতা দত্তলৈ পুনৰ CBIৰ চমন 🔴আজি কলকাতাস্থিত CBI কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ 🔴সাৰদা কেলেংকাৰিৰ গোচৰত হাজিৰ হোৱাৰ নিৰ্দেশ 🔴প্ৰয়াত পিতৃ অঞ্জন দত্ত মালিকানাধীন অনুভূতি প্ৰিণ্টাৰ্ছৰ নাম সাঙোৰ খোৱাৰ বাবে অংকিতাক তলব
Author: GTM Desk
🔴গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড 🔴ভস্মীভূত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ 🔴লগতে ভস্মীভূত হয় কেইবাখনো বাহন, বিভিন্ন সামগ্ৰী 🔴বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ
নাজিৰাৰ গেলেকীৰ হাতীপটিৰ নামদাং নদীত মহিলাৰ মৃত দেহ উদ্ধাৰ ৷ নামদাং নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ মহিলা গৰাকীৰ দেহ ৷ মহিলা গৰাকী গেলেকী বগীচাপৰিৰ দশৰী লাইক দুসাদ বুলি জানিব পৰা গৈছে ৷ মহিলা গৰাকী কালিৰে পৰা নিৰুদেশ হৈ আছিল ৷ ঘটনাস্থলিত গেলেকী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰৰ বাবে
🔴মহানগৰীত পুনৰ জাল নোটসহ বহিঃৰাজ্যৰ দুজনক গ্ৰেপ্তাৰ🔴ভৰলুমুখ ৮নং গেটত চলিছিল আৰক্ষীৰ এক অভিযান🔴অভিযানত জব্দ ৫ লাখ টকাৰ জাল নোট, মোবাইল ফোন🔴দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে চলাই আহিছিল জাল নোটৰ বেহা
Trisha Shetty, hailing from Karnataka, secured the esteemed title of First Runner-up at Miss Diva Universe 2023. Now, let’s delve into her remarkable journey. At 22 years of age, Trisha stands as a graduate in Psychology, model, and actor, epitomizing versatility and dedication on life’s grand stage. Her passion for