Author: GTM Desk

চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানে বিচাৰি পালে অক্সিজেন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি টুইটযোগে এই কথা ৰাজহুৱা কৰিছে। সংস্থাটোৱে মঙলবাৰে কয় যে প্ৰজ্ঞান ৰ’ভাৰৰ লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেকট্ৰোস্কোপে প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ভূমিত ছালফাৰ(S)ৰ উপস্থিতি নিশ্চিত কৰিছে ইছৰোৱে প্ৰকাশ কৰে যে আশা কৰা অনুসৰি চন্দ্ৰত এলুমিনিয়াম (Al), কেলচিয়াম(Ca), লো (Fe), ক্ৰমিয়াম(Cr), টাইটেনিয়াম(Ti), মেংগানিজ(Mn),

ৰাখীবন্ধন অনুষ্ঠানত পালন কৰিব লগা আৰু পৰিহাৰ কৰিব লগা নিয়মসমূহ জানো আহক

ৰাখীবন্ধন অনুষ্ঠানত পালন কৰিব লগা আৰু পৰিহাৰ কৰিব লগা নিয়মসমূহ জানো আহক

ৰাখীবন্ধন উৎসৱ (Rakhi festival 2023) এইবাৰ দুদিনীয়াকৈ উদযাপন কৰা হ’ব। ৩০ আগষ্ট এই দিৱস আৰম্ভ হ’ব আৰু ভদ্ৰ কালৰ বাবে ৩১ আগষ্টতও ৰাখীবন্ধনৰ ৰীতি-নীতিও (Raksha Bandhan Rituals) পালন কৰিব পাৰিব। ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটোত ভগ্নীসকলে প্ৰেমৰ প্ৰতীক হিচাপে নিজ ভাতৃসকলৰ হাতত ৰাখী তথা পবিত্ৰ সূতা বান্ধে।

ৰাখীবন্ধন উৎসৱক বিশেষ কৰি তুলিবলৈ কেইটামান সৃষ্টিশীল ধাৰণাৰ বিষয়ে জানো আহক

ৰাখীবন্ধন উৎসৱক বিশেষ কৰি তুলিবলৈ কেইটামান সৃষ্টিশীল ধাৰণাৰ বিষয়ে জানো আহক

ৰাখী বন্ধনত ভগ্নীক ব্যক্তিগতকৃত ফটো ফ্ৰেম হিচাপে দিব পাৰে। পুৰণি স্মৃতি সজীৱ কৰি আপুনি ভগ্নী তথা আপোনালোক দুয়োৰে এখন ফটো ফ্ৰেম কৰাই উপহাৰ দিব পাৰিব। এই উত্‍সৱত ৰাখী থালি আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত এটা। ভগ্নীসকলে ৰাকী থালি সজাব লাগে আৰু ইয়াত সকলো অত্যাৱশ্যকীয় পূজা সামগ্ৰী ৰাখিব লাগে। ইই সামগ্ৰীবোৰৰ বিষয়ে

হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম, ২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত

হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম, ২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত

দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ ৰাখী বন্ধনৰ বিশেষ উপহাৰ। হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম। ২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত। সংবাদমেলত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ।

নৱনিৰ্মিত মালিগাঁও উৰণসেতুত স্থাপন কৰা লোকনিৰ্মাণ বিভাগৰ ফলকত বানান বিভ্ৰাট

নৱনিৰ্মিত মালিগাঁও উৰণসেতুত স্থাপন কৰা লোকনিৰ্মাণ বিভাগৰ ফলকত বানান বিভ্ৰাট

নৱনিৰ্মিত মালিগাঁও উৰণসেতুত স্থাপন কৰা লোকনিৰ্মাণ বিভাগৰ ফলকত বানান বিভ্ৰাট। পানবজাৰ, মালি গাঁও, উৰণ সেতু পৰিৱৰ্তে হ’ব লাগে ক্ৰমে পাণবজাৰ, মালিগাঁও আৰু উৰণসেতু।