Advertisement

Author: Shahnawaz Hamza

সাতগাঁও ৰে’ল লাইনৰ সমীপত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাকাৰীক আটক

সাতগাঁও ৰে’ল লাইনৰ সমীপত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাকাৰীক আটক

সাতগাঁও আৰক্ষী আৰু ১২৮ নং CRPFৰ এটা দলে সাতগাঁও ৰে’ল লাইনৰ সমীপত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ

WWE খেলুৱৈ ব্ৰে ৱায়াটৰ মৃত্যু

WWE খেলুৱৈ ব্ৰে ৱায়াটৰ মৃত্যু

প্ৰখ্যাত ডব্লিঅ’ ডব্লিঅ’ ই খেলুৱৈ ব্ৰে ৱায়াটৰ মৃত্যু। মাত্ৰ ৩৬ বয়সতে অকাল মৃত্যুক আকোৱালি ল’লে আমেৰিকান ক্ৰীড়াবিদজনে। ব্ৰে ৱায়টৰ মৃত্যু হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত হয়।

বৃহস্পতিবাৰে মলামডিঙ ৰেলৱে ষ্টেচনত বহু লক্ষাধিক বাৰ্মিজ চুপাৰি জব্দ

বৃহস্পতিবাৰে মলামডিঙ ৰেলৱে ষ্টেচনত বহু লক্ষাধিক বাৰ্মিজ চুপাৰি জব্দ

ৰাজ্যত এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া বেহা।বৃহস্পতিবাৰে মলামডিঙ ৰেলৱে ষ্টেচনত বহু লক্ষাধিক বাৰ্মিজ চুপাৰি জব্দ লামডিঙ আৰ পি এফৰ। CIB দল আৰু ৰেল আৰক্ষীৰ যৌথ অভিযানত চুপাৰিখিনি জব্দ কৰে।

GRPৰ হাতত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

GRPৰ হাতত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

গুৱাহাটী GRPৰ হাতত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা৷ ২৪ কেজি গাঞ্জাসহ দুই মহিলাক গ্ৰেপ্তাৰ GRPৰ৷ মহিলা দুগৰাকীৰ নাম ৰাণী দেৱী আৰু সংগীতা দেৱী৷ দুয়োগৰাকী মহিলাৰ ঘৰ বিহাৰৰ পাটনাত৷ ব্ৰহ্মপুত্ৰ মেইলযোগে গাঞ্জাখিনি