Author: GTM Desk

তিতাবৰত আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিতাবৰত আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিতাবৰ লেটেকুজানত আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ।চাহ বাগিছাৰ শ্ৰমিক আৰু ফেক্ট্ৰৰি সমূহত কৰ্মৰত শ্ৰমিকৰ সুৰক্ষা প্ৰদানৰ দাবীত এই প্ৰতিবাদ । চাহ ফেক্টৰি সমুহত কোনো সুৰক্ষাৰ ব্যৱস্থা নথকাৰ বাবে মইনা নায়কৰ দৰে ঘটনা সংঘনাই চাহ ফেক্টৰি সমূহত সংঘটিত হৈ আহিছে বুলি কয়। অসম চাহ মজদুৰ সংঘৰ লগতে

জানি থওক! ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ (Sunset) পিছত কৰা এইবোৰ কাম

জানি থওক! ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ (Sunset) পিছত কৰা এইবোৰ কাম

হিন্দু ধৰ্মত মা লক্ষ্মীৰ কৃপা বজাই ৰাখিবলৈ নিয়মীয়াকৈ কিছুমান নিয়ম কোৱা হৈছে। যদি এই নিয়মবোৰ অনুসৰণ কৰা নহয়, তেন্তে মা লক্ষ্মী অসন্তুষ্ট হৈ ঘৰৰ পৰা ওলাই যায়। বাস্তু শাস্ত্ৰতো এনে কিছুমান বিষয়ৰ ওপৰত কোৱা হৈছে, যি মা লক্ষ্মীক অসন্তুষ্ট কৰিব পাৰে। একেদৰে সূৰ্যাস্তৰ পিছতো কিছুমান কাম কৰাটো নিষিদ্ধ। ঘৰৰ জ্যেষ্ঠসকলে

প্লাষ্টিকৰ বটলত (Plastic Bottles) পানী খায় নেকি? যদি খায় তেন্তে সাৱধান

প্লাষ্টিকৰ বটলত (Plastic Bottles) পানী খায় নেকি? যদি খায় তেন্তে সাৱধান

‘পানীয়েই প্ৰাণীৰ প্ৰাণ’ এই কথাষাৰী আমি সকলোৱে জানো কিন্তু জানেনে এই পানীয়ে আপোনাৰ বাবে কেতিয়াবা আপোনাৰ মাৰত্মক ৰোগৰ কাৰণ হ’ব পাৰে। এই কথাটো সঁচা যে সুস্থ হৈ থাকিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। কিন্তু আপুনি এই কথাটো জানিব লাগে যে পানী কেনেদৰে ব্যৱহাৰ কৰি আছে। কিছুমান লোকে প্লাষ্টিকৰ বটলত

লখিমপুৰত পুনৰ বানৰ আশংকা।

লখিমপুৰত পুনৰ বানৰ আশংকা।

ৰঙানদী জলবিদ্যুৎ‍ প্রকল্পটোৰ পৰা অতিৰিক্ত পানী এৰি দিবলৈ ৰঙানদী জলবিদ্যুৎ‍ প্রকল্পৰ গেট মুকলি কৰা হৈছে। প্রতি ছেকেণ্ডত ১৬১ ঘন মিটাৰ পানী অতিৰিক্তভাৱে এৰি দিয়া হ’ব ৰঙানদীত। ইতিমধ্যেই ৰঙানদীৰ জলপৃষ্ঠ প্ৰায় ৯৪ মিটাৰলৈ বৃদ্ধি পাইছে। আৰু ১ মিটাৰ পানী বৃদ্ধি পালেই অতিক্রম কৰিব বিপদসীমা। ইয়াৰ পাছতেই লখিমপুৰবাসীলৈ সাৱধানবাণী জাৰি কৰা হৈছে।

কেৰালাত নাগালেণ্ডৰ মহিলাক ‘যৌন নিৰ্যাতন’

কেৰালাত নাগালেণ্ডৰ মহিলাক ‘যৌন নিৰ্যাতন’

উত্তৰ-পূব ৰাজ্য নাগালেণ্ডৰ পৰা যোৱা এগৰাকী মহিলাক কেৰালাত মটৰ চাইকেল চলোৱা এজন দুৰ্বৃত্তই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ থুম্বা অঞ্চলত দেওবাৰে (২০ আগষ্ট) নিশা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি কেৰালা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। নাগালেণ্ডৰ মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন