Author: Ali

*ডিব্ৰুগড় বিশ্ববিদ্যালয় অনুসূচীত জাতি ছাত্র গোটৰ নৱাগত আদৰণি সভা*

*ডিব্ৰুগড় বিশ্ববিদ্যালয় অনুসূচীত জাতি ছাত্র গোটৰ নৱাগত আদৰণি সভা*

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কনকলতা ভৱনত আজি অনুসূচীত জাতিৰ নৱাগত ছাত্র ছাত্রী সকলৰ আদৰণি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে এই গোটৰ মূখ্য প্ৰতিষ্ঠাপক সম্পাদক শ্রীযুত ভাৰত বনিয়াৰ লগতে সভাত সভাপতি আসন গ্রহণ