ইৰাক চৰকাৰে দেশখনত কন্যা সন্তানৰ বিবাহৰ ন্যূনতম বয়স নবছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। চৰমপন্থী শিয়া সমর্থিত দলৰ হেঁচাত ইৰাকৰ চৰকাৰে ব্যক্তিগত আইনৰ একাধিক সংশোধনৰ উদ্যোগ গ্রহণ কৰিছে। এনে সংশোধনী প্রস্তাৱ ইতিমধ্যে দেশখনৰ সংসদত দাখিল কৰা হৈছে। অন্যান্য সংশোধনৰ প্ৰস্তাৱৰ লগতে কন্যা সন্তানৰ বিবাহৰ ন্যূনতম বয়স হ্ৰাসৰ প্ৰস্তাৱো আগবঢ়োৱা হৈছে।
Author: Desk Admin
আজি ১৪ নৱেম্বৰ বৃহস্পতিবাৰ কন্যা ৰাশিৰ লোকৰ বাবে ধন উপাৰ্জনৰ দিন। আজি আপুনি ধন উপাৰ্জনৰ বহু উপায় বিচাৰি পাব। আজি আপোনাৰ প্ৰেম জীৱনত ৰোমাঞ্চৰ সৃষ্টি হ’ব। কুম্ভ ৰাশিৰ লোকৰ দিনটো সুখৰ হ’ব। আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। চাওক আজিৰ ৰাশিফল। মেষ ৰাশিঃ গণেশজীয়ে কৈছে যে আপুনি আপোনাৰ কামত
ধুবুৰীৰ দুমাৰদাহত উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ক্ষোভিত ৰাইজৰ। ধুবুৰীৰ দুমাৰদাহত পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হৈছিল এজন স্কুলীয়া ছাত্ৰৰ। মৃত ছাত্ৰজনৰ নাম যতীন ৰায়। মহেশ চন্দ্ৰ একাডেমী হাইস্কুলৰ ছাত্ৰ আছিল
বেদখলকাৰীসকল হুচিয়াৰ! চৰকাৰী মাটি দখল কৰা মানেই বিপদ অনিবাৰ্য। কিয়নো, চৰকাৰী ভূমি দখল কৰিলেই বেদখলকাৰীৰ বাসগৃহত যিকোনো মুহূৰ্তত চলিব পাৰে উচ্ছেদ অভিযান। ঠিক তেনে এক অভিযান বুধবাৰে পৰিলক্ষিত হ’ল গুৱাহাটীৰ মাজমজিয়াত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেই গুৱাহাটী মহানগৰীতো বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। বুধবাৰে এফালে ৰাজ্যৰ ৫সমষ্টিত অনুষ্ঠিত হ’ল ভোটগ্ৰহণ।
ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ দীপাৱলীৰ নিশা দেৱানবাৰী গাঁৱত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা দুই ভাতৃৰ বাৰ্বী ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগিছিল জুই লগাৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দোকানৰ ভিতৰত আছিল সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়লৈ অনা হৈছিল দেওবাৰে পাপু দাসৰ মৃত্যু হোৱাৰ পিছত আজি