চৰকাৰী কাৰ্যালয় আৰু কাৰ্যালয় চৌহদত কাম কৰা কৰ্মচাৰীসকলৰ বাবে ধপাত সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰ্ণাটক চৰকাৰৰ। কাৰ্যালয়ত চিগাৰেট আৰু যিকোনো ধৰণৰ ধপাত সেৱনৰ পৰা বিৰত থাকিব লাগিব চৰকাৰী কৰ্মচাৰীসকলে। এই আদেশ উলংঘনৰ ক্ষেত্ৰত সতৰ্কবাণীও প্ৰদান কৰা হৈছে। আদেশ উলংঘন কৰিলে লোৱা হ’ব অনুশাসনমূলক ব্যৱস্থা। কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগে
Author: Desk Admin
গহপুৰত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। পাষাণ পিতৃৰ হাতত প্ৰাণ গ’ল ৭ বছৰীয়া পুত্ৰৰ। শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা নিজ পুত্ৰক। তাৰ পাছত নিজেও ল’লে চৰমপন্থা। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীত। নিজৰ ৭ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যা কৰিলে জন্মদাতা পিতৃয়ে। জানিব পৰা মতে সোলেঙীস্থিত এপল’
➡️ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আধাৰ কাৰ্ড বাধ্যতামূলক ৷ ➡️ চিকিৎসালয় খনত চিকিৎসা কৰিবলৈ যাওতে প্ৰয়োজন আধাৰ কাৰ্ড ৷ ➡️ ৰোগীয়ে চিকিৎসা কৰাৰ পূৰ্বে পঞ্জীয়নৰ সময়ত লাগিব আধাৰ কাৰ্ড ৷ ➡️ আধাৰ কাৰ্ড বাধ্যতামূলক বুলি সদৰি কৰিলে জিএমচিএইছ কৰ্তৃপক্ষই।
➡️ মহানগৰীৰ ষঠ পূজাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ➡️ ভক্তপ্ৰাণ ৰাইজৰ সৈতে সেৱা-প্ৰাৰ্থনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ➡️ গুৱাহাটীৰ জ্যোতিকুছিত ভক্তপ্ৰাণ ৰাইজৰ সৈতে সূৰ্যদেৱতাৰ প্ৰতি নতশিৰে সেৱা-প্ৰাৰ্থনা জনাই সকলোৰে কুশল-মংগল কামনা কৰে মন্ত্ৰী গৰাকীয়ে ।
ৰাজ্যত সংঘটিত অনলাইন ট্রেডিঙৰ বিয়াগোম কেলেংকাৰিৰ প্ৰথমটো গোচৰৰ মুখ্য অভিযুক্ত দীপাংকৰ বৰ্মনক কেন্দ্রীয় অনুসন্ধান সংস্থা (চিবিআই)ই নিজৰ জিম্মাত লয়। গোৱাত গ্রেপ্তাৰ হোৱা দীপাংকৰ সাতদিনৰ আৰক্ষীৰ জিম্মাত আছিল। ইতিমধ্যে আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত আদালতে প্রৱঞ্চকজনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে। এই অনুসৰি দীপাংকৰক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰা হয়। কাৰাগাৰতে উপস্থিত