Advertisement

Author: Desk GT News

যেন ক্ষণিকৰ হৈ-চৈঃ দুৰ্ঘটনাত তিনি যুৱতীৰ মৃত্যুৰে নাম সাঙোৰ খোৱা ছামিমৰ জামিন

যেন ক্ষণিকৰ হৈ-চৈঃ দুৰ্ঘটনাত তিনি যুৱতীৰ মৃত্যুৰে নাম সাঙোৰ খোৱা ছামিমৰ জামিন

গুৱাহাটীঃ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ মূল অভিযু্ক্ত মুকলি আকাশৰ তললৈ। ২৫ এপ্ৰিলৰ পিছ নিশা গুৱাহাটীত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনাত। যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী যুৱতীয়ে। নুনমাটি-মঠঘৰীয়াৰ এই