Author: Desk GT News

নলবাৰী: অবহেলাৰ ছাঁৰ পৰা উন্নয়নৰ দিশে গৌৰৱময় যাত্ৰা

নলবাৰী: অবহেলাৰ ছাঁৰ পৰা উন্নয়নৰ দিশে গৌৰৱময় যাত্ৰা

নলবাৰী আছিল এটা সময়ত ভুল বুজাবুজি, অবহেলা আৰু নেতিবাচক ধাৰণাৰ সৈতে জড়িত হৈ থকা এখন জিলা। শিক্ষা বা কৰ্মসূত্ৰে বাহিৰলৈ যোৱা নলবাৰীৰ যুৱসমাজে এসময়ত ঘৰৰ ভাড়া নোপোৱা, AS-14 নম্বৰৰ বাহন