Advertisement

Author: Desk GT News

মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!

মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!

 মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ।  আঠগাঁও আলু গুদামৰ সমীপৰ পৰা নিৰুদ্দেশ হয় কণমানি শিশুটি।  বৃহস্পতিবাৰে নিজ বাসগৃহৰ চৌহদৰ বাহিৰত খেলি থকা অৱস্থাত সন্ধানহীন হয় শিশুটি ৷  অচিনাক্ত দুৰ্বৃত্তই শিশুটিক অপহৰণ