Author: Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam
১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব 8th Pay Commission! কেন্দ্ৰীয় কৰ্মচাৰীয়ে কেতিয়াৰ পৰা বৰ্ধিত দৰমহা লাভ কৰিব? কিমান বৃদ্ধি পাব দৰমহা?

১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব 8th Pay Commission! কেন্দ্ৰীয় কৰ্মচাৰীয়ে কেতিয়াৰ পৰা বৰ্ধিত দৰমহা লাভ কৰিব? কিমান বৃদ্ধি পাব দৰমহা?

  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এতিয়া অধীৰ আগ্ৰহেৰে অষ্টম দৰমহা আয়োগলৈ অপেক্ষা কৰি আছে। ৩১ ডিচেম্বৰত অন্ত পৰিব সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল। কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ নিয়মত অনুমোদন জনাইছিল আৰু পেনেলক প্ৰতিবেদন দাখিল কৰিবলৈ ১৮ মাহৰ সময় প্ৰদান কৰিছিল। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা, ভাট্টা

চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ বহু চেষ্টাৰ ফলত গঢ়ি তোলা ভৱিষ্যতৰ গল্প।

চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ বহু চেষ্টাৰ ফলত গঢ়ি তোলা ভৱিষ্যতৰ গল্প।

মাত্ৰ ২৯ ছেকেণ্ড। টেকঅফৰ পিছত ঠিক এইখিনি সময়তে ধ্বংস হৈ গ’ল বহুতৰে সপোন, বহুতৰ আশা, বহুতৰ আনন্দ। চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ বহু চেষ্টাৰ ফলত গঢ়ি তোলা ভৱিষ্যতৰ গল্প। পায়েল খটিক – এগৰাকী ৰিক্সাচালকৰ কন্যা, ৰাজস্থানৰ কন্যা হ’লেও গুজৰাটৰ হিম্মতনগৰতে ডাঙৰ হোৱা। পিতৃৰ নাম সুৰেশভাই

‘পাক সেনাৰ সকলো আক্ৰমণ প্ৰতিহত কৰা হৈছে, বাৰম্বাৰ পাক সেনাই উলংঘা কৰিছে যুদ্ধবিৰতি’

‘পাক সেনাৰ সকলো আক্ৰমণ প্ৰতিহত কৰা হৈছে, বাৰম্বাৰ পাক সেনাই উলংঘা কৰিছে যুদ্ধবিৰতি’

‘অপাৰেচন সিন্দূৰ’ বিস্তৃত তথ্য। শুকুৰবাৰে সন্ধিয়া ৫.৩০ বজাত বিদেশ-প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সম্বোধন কৰে সংবাদমেল। সংবাদমেল সম্বোধন বিদেশ সচিব বিক্ৰম মিশ্ৰিৰ। সংবাদমেলত উপস্থিত কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যৌমিকা সিং। অপাৰেচন সিন্দূৰক লৈ বিদেশ মন্ত্ৰালয়ৰ এয়া তৃতীয়খন সংবাদমেল। কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয়, ‘পাক সেনাই বাৰম্বাৰ যুদ্ধ বিৰতি উলংঘা কৰিছে। পাক বায়ু

ডুবাই, কুৱালালামপুৰৰ পৰা কাপোৰ-গহণা আৰু বহুতো সমাগ্ৰী!

ডুবাই, কুৱালালামপুৰৰ পৰা কাপোৰ-গহণা আৰু বহুতো সমাগ্ৰী!

পাতি লোৱা ভায়েক বিশাল ফুকনে ৰাণীৰ দৰে ৰাখিছিল চুমি বৰাক। CBI তদন্তত পোহৰলৈ আহিছে চুমি বৰাৰ বাবে কিদৰে লাখ-লাখ টকা খৰচ কৰিছিল বিশাল ফুকনে। কিদৰে চুমিৰ বাবে বহিঃৰাষ্ট্ৰৰ পৰা লাখটকীয়া সামগ্ৰী কিনিছিল বিশালে। ২০২৩ৰ পৰা চুমিৰ একাউণ্টলৈ টকা পঠিয়াইছিল বিশালে ফুকনে। সঘনে চুমিৰ একাউণ্টত সোমাইছিল লাখ-লাখ টকা। চুমিৰ একাউণ্টলৈ এবাৰত

পেহেলগামত পাক-সন্ত্ৰাসবাদীৰ ২৬/১১ সদৃশ ভয়ংকৰ আক্ৰমণ!

পেহেলগামত পাক-সন্ত্ৰাসবাদীৰ ২৬/১১ সদৃশ ভয়ংকৰ আক্ৰমণ!

জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। পেহেলগামৰ এই নৰসংহাৰত ২৮ জনকৈ পৰ্যটকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক হিন্দু আৰু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে। মুম্বাইৰ ভয়ংকৰ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সংঘটিত হয় এই পেহেলগামৰ জঘন্য সন্ত্ৰাসবাদী আক্ৰমণ। কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ আক্ৰমণ? সন্ত্ৰাসবাদী অতৰ্কিতে