Author: Jenifer

বিজেপি–অগপৰ ১৮ বিধায়কে হেৰুৱাব সমষ্টি

বিজেপি–অগপৰ ১৮ বিধায়কে হেৰুৱাব সমষ্টি

বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ পাছতেই শাসনাধিষ্ঠিত বিজেপিত আৰম্ভ হৈছে প্রার্থিত্বকেন্দ্রিক চর্চা৷ এইবাৰ ১০০+ আসন দখলৰ লক্ষ্যৰে ব্যাপক প্রস্তুতি চলোৱা ৰাজ্যিক বিজেপিৰ লক্ষ্য এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰা৷ মিত্রদল অগপ আৰু ইউ পি পি এলক লগত লৈ নির্বাচনী যুঁজত যদিও অৱতীর্ণ হ’ব, শাসকীয় দলটোৰ মূল লক্ষ্য হ’ব অকলেই একক সংখ্যাগৰিষ্ঠতা অর্জন কৰা৷