আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু।

আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু।

আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু। ফাটবিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰৰ মহঘূলি চাপৰি। পুৱা পতাকা উত্তোলেনেৰে ফাটবিহুৰ বৰ্ণিল কাৰ্যসূচীৰ শুভাৰম্ভ।

GTM Desk