Category: Assam

আপোনাৰ শিশুৱে নখ কামুৰি থাকে ? কেনেকৈ এৰুৱাব ? সহজ টিপছ্।

আপোনাৰ শিশুৱে নখ কামুৰি থাকে ? কেনেকৈ এৰুৱাব ? সহজ টিপছ্।

Nail biting অৰ অভ্যাস বহু শিশুৰে থাকে আনকি বহু প্ৰাপ্ত বয়স্ক পুৰুষ মহিলাকো কিছু বিশেষ বিশেষ মুহূৰ্তত সৰু লৰা ছোৱালীৰ দৰে নখ কামুৰি থকা প্ৰত্যক্ষ কৰা যায়। সৰু ডাঙৰ যাৰে নাথাকক কিয় এয়া কিন্তু এটি অত্যন্ত বেয়া অভ্যাস। কিয়নো নখৰ ভিতৰত থাকে ময়লা আৰু সেই ময়লাত মিহলি হৈ থাকে বহু

কাষত ধুনীয়া স্ত্ৰী থকাৰ পিছতো পৰকীয়া প্ৰেমত পৰে কিয় বহু পুৰুষ ?

কাষত ধুনীয়া স্ত্ৰী থকাৰ পিছতো পৰকীয়া প্ৰেমত পৰে কিয় বহু পুৰুষ ?

আজি কালি সঘনাই শুনা যায় সম্পৰ্কৰ বিচ্ছেদৰ বাতৰি, নিজে চিনি পোৱা মানুহৰ মাজতো দেখা পোৱা যায় এনে ধৰণৰ বহু সম্পৰ্ক বিচ্ছেদৰ কথা। সম্পৰ্কৰ প্ৰতি খুব সোনকালে আস্থা হেৰুৱাই আজিৰ বহু যুগলবন্দীয়ে , ফলত সম্পৰ্ক বিচ্ছেদ হৈ পৰে শেষ পৰিনীতি , আৰু কাৰণ বিচাৰে যদি পাব এজন সংগীয়ে আনজনক ঠগিছে বা

বেছিকৈ মূলা খোৱাৰ ফলত শৰীৰত হ’ব পৰা সমস্যাসমূহ

বেছিকৈ মূলা খোৱাৰ ফলত শৰীৰত হ’ব পৰা সমস্যাসমূহ

শীতকালত মূলাৰ চালাড খাবলৈ সৰহসংখ্যক লোকে ভাল পায়। কিয়নো, শীতকালত মূলাৰ খেতি বেছিকৈ হয়। কেতিয়াবা মূলাৰ চালাড, কেতিয়াবা আচাৰ, কেতিয়াবা পাচলিত যোগ দি মূলা খোৱা হয়। মূলাত বহুতো ঔষধি গুণাগুণ আছে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। মূলা হৃদযন্ত্ৰ আৰু যকৃতৰ বাবে উপকাৰী, কিন্তু অত্যাধিক মূলা খোৱাটো কেতিয়াবা শৰীৰৰ বাবে বিপদজনক

ম’বাইল-টেবলেটৰ অত্যাধিক ব্যৱহাৰে নষ্ট কৰিব পাৰে শিশুৰ দৃষ্টিশক্তি

ম’বাইল-টেবলেটৰ অত্যাধিক ব্যৱহাৰে নষ্ট কৰিব পাৰে শিশুৰ দৃষ্টিশক্তি

ক’ৰনা ভাইৰাছ মহামাৰীৰ পিছত, শিশুসকলৰ বিদ্যালয়সমূহ বন্ধ হৈ পৰিছিল আৰু তাৰ পিছত অনলাইন শ্ৰেণীৰ প্ৰৱণতা আৰম্ভ হৈছিল। এই সময়ছোৱাত, শিক্ষাৰ বাবে মোবাইল, টেবলেট আৰু লেপটপ একমাত্ৰ উপায় আছিল। যদিও বিদ্যালয়বোৰ বৰ্তমান সম্পূৰ্ণৰূপে মুকলি হৈছে, কিন্তু শিশুসকলে এই গেজেটবোৰ ব্যৱহাৰ কৰি অভ্যস্ত হৈ পৰিছে। এনে নহয় যে সেইবোৰ কেৱল অধ্যয়নৰ বাবে