কল সকলোৰে পৰিচিত সুস্বাদু ফল৷ পুষ্টিগুণেৰে ভৰা কল খাবলৈ বেয়া পোৱা লোক হয়তো নোলাব৷ কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু পটাছিয়ামৰ দৰে উপকাৰী উপাদান থকাৰ লগতে ভিটামিন ‘চি’ৰ দৰে এণ্টি অক্সিডেণ্ট
Category: Assamese News
বিপিএফৰ শাসনকালত বিটিচি এলেকাত উন্নয়নমূলক কাম- কাজকলৈ কাৰ্য্যবাহী সদস্যসকল আৰু পাৰিষদসকলৰ মাজত হৈছিল এক প্ৰতিযোগিতা। ৰাইজৰ হকে কোনে বেছি কাম কৰিব পাৰে। অভিযোগ অনুসৰি এতিয়া ইউপিপিএল চৰকাৰৰ শাসনকালত বিটিচিত কাৰ্য্যবাহী
কাজিৰঙা মহোৎসৱ ২০২৩ত অংশগ্ৰহণ কৰি “কাজিৰঙা নৃত্য ৰত্ন” বঁটা লাভ নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ একাদশ শ্ৰেণীৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাৰ। তিনিচুকীয়াৰ গুৰুকুল কালচাৰেল একাডেমীয়ে আয়োজন কৰিছিল কাজিৰঙা নৃত্য মহোৎসৱ। নগাঁও জিলাৰ
ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷ দুই চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ শিশু নিৰ্যাতনৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গুৱাহাটী
নিউজ ব্যুৰ’,নগাঁও,১৪জুন:–নগাঁও জিলা সত্ৰ ন্যায়ধীশ আদালতে বুধবাৰে এক ৰায়যোগে হত্যাৰ গোচৰত অভিযুক্ত এগৰাকী মহিলাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। হত্যাৰ গোচৰত অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ড বিহা মহিলাগৰাকী হৈছে গীতা চেত্ৰী গুৰুং ।