Advertisement

Category: Assamese News

দিল্লীত অসমৰ যুৱতী GYM প্ৰশিক্ষকৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত অসমৰ ৰাজক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

দিল্লীত অসমৰ যুৱতী GYM প্ৰশিক্ষকৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত অসমৰ ৰাজক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ৰাজধানী দিল্লীত পুনৰ চাঞ্চল্যকৰ ঘটনা। দিল্লীত ৰহস্যজনক মৃত্যু এগৰাকী অসমৰ যুৱতীৰ। দিল্লীৰ দ্বাৰাকাস্থিত বাসগৃহত ৰহস্যজনক মৃত্যু অসমৰ শিলচৰৰ যুৱতীৰ। মৃত যুৱতীগৰাকীক অসমৰ শিলচৰ চহৰৰ চিবিলা বাচ্চিয়াৰ নিবাসী স্নেহা নাথ চৌধুৰী

অধ্যাপক ড° ননীগোপাল মহন্ত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য: মহন্তৰ নিযুক্তিত ৰাজ্যপালৰ অনুমোদন

অধ্যাপক ড° ননীগোপাল মহন্ত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য: মহন্তৰ নিযুক্তিত ৰাজ্যপালৰ অনুমোদন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° ননীগোপাল মহন্তক বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। ড° মহন্তৰ নিযুক্তিত অনুমোদন জনাইছে ৰাজ্যপালে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টাও হিচাপে কাৰ্যনিৰ্বাহ কৰি

নগাঁৱৰ বেবেজীয়াৰ মাজগাঁৱত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ বেবেজীয়াৰ মাজগাঁৱত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

চিত্ৰাংকন প্ৰতিযোগিতা-শিশুৰ প্ৰতিভা বিকাশৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নিউজ ব্যুৰ’,নগাঁও,২৪জুলাই :–২০২৩চনৰ ৮জুলাইত নগাঁ‌ও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত উৎকৰ্ষ সাধনেৰে একত্ৰিত হৈ সোণাই নৈৰ সোঁ‌তে সোঁ‌তে চিৰকাল

পৰ্যালোচনা বৈঠকৰ বাবে নগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

পৰ্যালোচনা বৈঠকৰ বাবে নগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

নিউজ ব্যুৰ’,নগাঁও,২৩জুলাই :–শেহতীয়া বানত নগাঁও পৌৰসভাৰ কেইবাটাও মহলাকে ধৰি চহৰখনৰ পাৰ্শ্বৱৰ্তী কলঙৰ পাৰৰ কিছু অঞ্চল প্লাবিত হৈছিল। বানৰ কবলত পৰা লোকসকলক পৰৱৰ্তী সময়ত আশ্ৰয় শিৱিৰলৈ স্থানান্তৰিত কৰা হৈছিল। বৰ্তমান কলঙৰ

নগাঁৱৰ কাছমাৰী জলময় গাঁৱত দিন দুপৰতে ডকাইতি,চাৰি লক্ষাধিক টকা লুট

নগাঁৱৰ কাছমাৰী জলময় গাঁৱত দিন দুপৰতে ডকাইতি,চাৰি লক্ষাধিক টকা লুট

আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত নিউজ ব্যুৰ’,নগাঁও,২৩জুলাই :–অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা। চুৰি- ডকাইতিৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকাত সাধাৰণ জনসাধাৰণ