এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক মিলি ১০খনৰ অধিক বাহন থাকিব নোৱাৰিব কনভয়ত। আজি জনতা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব
Category: Assamese News
ৰাজধানী দিল্লীত পুনৰ চাঞ্চল্যকৰ ঘটনা। দিল্লীত হত্যাৰ বলি হ’ল এগৰাকী অসমৰ যুৱতীৰ। দিল্লীৰ দ্বাৰাকাস্থিত বাসগৃহত হত্যাৰ বলি হ’ল অসমৰ শিলচৰৰ যুৱতীৰ। জানিব পৰা মতে দিল্লীৰ এটা ফ্লেটত নৃশংসভাৱে হত্যা কৰা
এফালে ৰাজ্যত এটাৰ পিছত আন এটা সামগ্ৰীৰ মূল্য বৃদ্ধি। আলু-পিঁয়াজ, শাক-পাচলিকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয়া সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। ৰাজ্যত এইবাৰ বৃদ্ধি পালে পূৰৱী গাখীৰৰ দাম। প্ৰতি লিটাৰ পূৰৱী গাখীৰত ২
ৰাজধানী দিল্লীত পুনৰ চাঞ্চল্যকৰ ঘটনা। দিল্লীত ৰহস্যজনক মৃত্যু এগৰাকী অসমৰ যুৱতীৰ। দিল্লীৰ দ্বাৰাকাস্থিত বাসগৃহত ৰহস্যজনক মৃত্যু অসমৰ শিলচৰৰ যুৱতীৰ। মৃত যুৱতীগৰাকীক অসমৰ শিলচৰ চহৰৰ চিবিলা বাচ্চিয়াৰ নিবাসী স্নেহা নাথ চৌধুৰী
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° ননীগোপাল মহন্তক বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। ড° মহন্তৰ নিযুক্তিত অনুমোদন জনাইছে ৰাজ্যপালে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টাও হিচাপে কাৰ্যনিৰ্বাহ কৰি