কেবল শুনি ভাল লগা ঘোষণাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ হাস্যকৰ চেষ্টা চলিছে। বাস্তৱ সমস্যাবোৰক ঢাকি ৰাখি চলোৱা এই ধৰণৰ তৎপৰতাৰ পৰিণতিতে আজিলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক দ্বিতীয় ষান্মাসিকৰ কথা বাদেই প্রথম
Category: Assamese News
মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন-বোৱাৰীক হত্যাৰ অভিযোগ। যৌতুকৰ বাবে স্বামী আৰু স্বামী পৰিয়ালে শাৰীৰিক নির্যাতন চলাই বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলপুখুৰী গাঁৱৰ ইজাজুল ইছলাম নামৰ যুৱকজনে
নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:–ৰাজ্যত বিধানসভা ভিত্তিত উপ-জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনকলৈ আৰম্ভ হৈছে মতভেদ। চৰকাৰী পক্ষই ৰাইজৰ সুবিধাজনক স্থানৰ বিপৰীতে নিজ ইচ্ছামতে সদৰ কাৰ্যালয় স্থাপনৰ
নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:–নাৰিকল উন্নয়ন ব’ৰ্ড আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত বুধবাৰে কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ সভাগৃহত নাৰিকল কৃষি ব্যৱস্থা আৰু মূল্য সংযোজন বিষয়ৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিৰ আৰম্ভণি ভাষণ প্ৰদান
নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:– নগাঁওজিলাৰ বঢ়মপুৰৰ হালোৱাগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য পৰিৱেশনৰ জৰিয়তে চমকপ্ৰদ সফলতা লাভ কৰিছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় “সংস্কৃতি সংগ্ৰাম” মহোৎসৱত উজলিল নগাঁৱৰ হালোৱাগাৱঁৰ এই ৰাজনীল ডেন্স