নিউজ ব্যুৰ’,নগাঁও,১১জুলাই :– শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বৃহস্পতিবাৰে ধিং সমষ্টিৰ জেঙনী,কলাডুবা,জাৰামাৰী,শ্লুইচ গেইট,ডুমডুমীয়া আদি কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত এই চৰ চাপৰি অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি,বানত ক্ষতিগ্ৰস্ত কৃষকক চৰকাৰক ক্ষতিপূৰণ দিয়াৰ দাবী তোলে। ইফালে বিগত ২২ জুনত লাওখোৱা
Category: Assamese News
গুৱাহাটী, ১১ জুলাই: বিগত তিনি বছৰত সৰ্বাধিক ৬ হাজাৰ বাহন বিক্ৰীৰে উল্লেখযোগ্য কৃতিত্ব গঢ়িছে টাটা মটৰ্ছ বিমল কাৰ্ছে। বিমল কাৰ্ছে সফলভাৱে সুখী গ্ৰাহকসকললৈ ৬ হাজাৰতকৈ অধিক বাহন প্ৰদান কৰিছে। যাৰবাবে ইয়াক উদযাপন কৰি এই মাহত টাটা মটৰ্ছ বিমল কাৰ্ছে সৰ্বাধিক অফাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। এই অফাৰ অহা ১৫
নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ ই-ৰিক্সা চালক নজৰুল ইছলাম মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ঘটনাৰ বিৱৰণী মতে,নজৰুল ইছলাম আন দিনাৰ দৰে মঙলবাৰেও বিয়লি ৪বজাত ই-ৰিক্সাখন লৈ ভাড়া মাৰিব ওলাই গৈছিল। পাছত নিশা পৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ সদস্যই বুধবাৰে পুৱা আত্মীয় স্বজন তথা বন্ধু-বান্ধৱৰ ঘৰত বিচাৰ-খোচাৰ
নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–ব্ৰহ্মপুত্ৰৰ পানী হুৰাহুৰে বৈ আহি কলঙৰ বুকুৱেদি নগাঁৱত কলঙৰ বাঢ়নি পানীয়ে ভাঙিলে এটি গড়কাপ্তানী পথ। বাঢ়নী পানীয়ে ভগা পথটি পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ বিধায়ক ৰূপক শৰ্মাৰ। কলিয়াবৰৰ হাতীমূৰাৰ বান্ধ চিগাৰ পাছত এতিয়া ব্ৰহ্মপুত্ৰৰ পানী কলঙৰ বুকুৱেদি হুৰাহুৰে বৈ অহা পৰিলক্ষিত হৈছে । নগাঁও চহৰৰ
নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–ৰাজ্যৰ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও আজিও জলমগ্ন হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমানেও পানীৰ তলতে আছে কাজিৰঙাৰ বহু কেইটা বন শিবিৰ এলেকা ৷ শেহতীয়া তথ্য মতে চলিত বৰ্ষৰ বিধ্বংসী বানত কাজিৰঙাত মুঠ ৬টা গঁড়সহ ১৩৭টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। উদ্যান কৰ্তৃপক্ষই কয় যে বৰ্তমানলৈকে দুটা গঁড়ৰ পোৱালিকে